ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যিহিষ্কেল ৪২-৪৫
শুদ্ধ উপাসনাৰ পুনৰস্থাপন!
যিহিষ্কেলে দেখা মন্দিৰৰ দৰ্শনে, বন্দী অৱস্থাত থকা যিহুদীসকলৰ বিশ্বাস দৃঢ় কৰে যে শুদ্ধ উপাসনা পুনৰস্থাপন কৰা হʼব। কিন্তু একে সময়তে যিহোৱা ঈশ্বৰে যিহুদীসকলক শুদ্ধ উপাসনাৰ বাবে থকা উচ্চ মানদণ্ডৰ বিষয়েও সোঁৱৰাই দিয়ে।
পুৰোহিতসকলে যিহোৱাৰ মানদণ্ডৰ বিষয়ে লোকসকলক শিক্ষা দিব
৪৪:২৩
শুচি কি হয় আৰু অশুচি কি হয়, তাৰ পাৰ্থক্যৰ বিষয়ে বিশ্বাসী বুদ্ধিমান দাসে শিক্ষা দিয়া কিছুমান উদাহৰণ বৰ্ণনা কৰক। (kr-E ১১০-১১৭)
অধিপতিসকলক লোকসকলে সমৰ্থন কৰিব
৪৫:১৬
মণ্ডলীৰ প্ৰাচীনসকলক আমি কি কি উপায়েৰে সমৰ্থন কৰিব পাৰোঁ?