ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ৪
  • পুনৰস্থাপন হোৱা ইস্ৰায়েলীসকলে আশীৰ্ব্বাদ লাভ কৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পুনৰস্থাপন হোৱা ইস্ৰায়েলীসকলে আশীৰ্ব্বাদ লাভ কৰিব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • মিল থকা বিষয়
  • শুদ্ধ উপাসনা পুনৰস্থাপন!
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যিহিষ্কেল ৪৬-৪৮

পুনৰস্থাপন হোৱা ইস্ৰায়েলীসকলে আশীৰ্ব্বাদ লাভ কৰিব

যিহিষ্কেলে দেখা মন্দিৰৰ দৰ্শনে, বন্দী অৱস্থাত থকা ইস্ৰায়েলীসকলক উৎসাহিত কৰিছিল আৰু পুনৰস্থাপন যে হʼব, তাৰ বিষয়ে আগতে কৰা ভৱিষ্যতবাণীৰ ওপৰত তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল। যেতিয়া তেওঁলোকে নিজৰ দেশলৈ উভতি যাব, তেতিয়া তেওঁলোকৰ ওপৰত যিহোৱা ঈশ্বৰৰ আশীৰ্ব্বাদ থাকিব আৰু শুদ্ধ উপাসনা তেওঁলোকৰ জীৱনত প্ৰথম স্থান লাভ কৰিব।

পুনৰথাপন হোৱা ইসায়েলীসকলে ফল-মূলেৰে ভৰা ঠাইত আনন্দ কৰিছ

এই দৰ্শনে সংগঠন, সহযোগিতা আৰু সুৰক্ষাৰ বিষয়ে প্ৰতিজ্ঞা কৰে

৪৭:৭-১৪

  • দেশৰ চাৰিওফালে ফল-মূল ধৰা গছ-গছনি উৎপন্ন হʼব

  • প্ৰতিটো পৰিয়ালে উত্তৰাধিকাৰীৰূপে ভূমিৰ অংশ লাভ কৰিব

লোকসকলৰ মাজত ভূমিৰ ভাগ-বতৰা কৰাৰ আগতে, এক বিশেষ অংশ যিহোৱা ঈশ্বৰক “উপহাৰ” দিয়াৰ বাবে বেলেগে ৰখা হʼব

৪৮:৯, ১০

মই মোৰ জীৱনত যিহোৱা ঈশ্বৰৰ উপাসনাক প্ৰথম স্থান দিছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (w০৬-E ৪/১৫ ২৭-২৮ ¶১৩-১৪)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক