চেপ্টেম্বৰ ২৫–অক্টোবৰ ১
দানিয়েল ৪-৬
গীত ৫১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“আপুনি একেৰাহে যিহোৱাৰ সেৱা কৰি আছেনে?”: (১০ মি.)
দানি ৬:৭-১০—নিজৰ জীৱন বিপদত পেলায়ো, দানিয়েলে যিহোৱা ঈশ্বৰৰ সেৱা একেৰাহে কৰি থাকিল (w১০-E ১১/১৫ ৬ ¶১৬; w০৬-E ১১/১ ২৪ ¶১২)
দানি ৬:১৬, ২০—যিহোৱা ঈশ্বৰৰ লগত থকা দানিয়েলৰ সম্পৰ্কৰ বিষয়ে ৰজা দাৰিয়াবচে জানিছিল (w০৩-E ৯/১৫ ১৫ ¶২)
দানি ৬:২২, ২৩—দৃঢ়তাৰে যিহোৱা ঈশ্বৰক সেৱা কৰাৰ বাবে তেওঁ দানিয়েলক আশীৰ্ব্বাদ কৰিছিল (w১০-E ২/১৫ ১৮ ¶১৫)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
দানি ৪:১০, ১১, ২০-২২—ৰজা নবূখদ্নেচৰে সপোনত দেখা অতিশয় ওখ আৰু বিশাল গছজোপাই কি চিত্ৰিত কৰে? (w০৭-E ৯/১ ১৮ ¶৫)
দানি ৫:১৭, ২৯—ৰজা বেল্চচৰে আগবঢ়োৱা পুৰস্কাৰ দানিয়েলে কিয় প্ৰথমতে লʼব বিচৰা নাছিল, কিন্তু পাছত কিয় গ্ৰহণ কৰিছিল? (w৮৮-E ১০/১ ৩০ ¶৩-৫; dp-E ১০৯ ¶২২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) দানি ৪:২৯-৩৭
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) inv
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) inv—প্ৰথম সাক্ষাতৰ সময়ত গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ-পত্ৰখন দিয়া হৈছিল। পুনৰ সাক্ষাৎ কেনেকৈ কৰা হয়, তাক প্ৰদৰ্শন কৰি দেখুৱাওক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) bh ১২০ ¶১৬—পৰিয়ালৰপৰা বিৰোধ অহাৰ সত্ত্বেও, নিষ্ঠা বজাই ৰাখিবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিয়ক”: (১৫ মি.) আলোচনা। এজন অনুভৱী প্ৰচাৰকে, নতুন এজন প্ৰচাৰকৰ লগত ঘোষণা কাৰ্য্যত ভাগ লোৱাৰ ওপৰত প্ৰস্তুত কৰা ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৫ ¶১৭-২১ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৬ আৰু প্ৰাৰ্থনা