ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ডিচেম্বৰ পৃষ্ঠা ৬
  • ডিচেম্বৰ ২৫-৩১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ২৫-৩১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ডিচেম্বৰ পৃষ্ঠা ৬

ডিচেম্বৰ ২৫-৩১

মলাখী ১-৪

  • গীত ২৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আপোনাৰ বিবাহৰ বন্ধনে যিহোৱাক আনন্দিত কৰেনে?”: (১০ মি.)

    • [মলাখী কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • মলা ২:১৩, ১৪—বিবাহ-সংগীক বিশ্বাস-ঘাতকতা কৰাটো যিহোৱা ঈশ্বৰে ঘৃণা কৰে (jd-E ১২৫-১২৬ ¶৪-৫)

    • মলা ২:১৫, ১৬—আপোনাৰ বিবাহ-সংগীৰ বিশ্বাসী হৈ থাকক (w০২ ৫/১ ১৭ ¶১৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মলা ১:১০—ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি থকা নিঃস্বাৰ্থ প্ৰেমে আমাক ঘোষণা কাৰ্য্য কৰিবলৈ কিয় প্ৰেৰণা কৰা উচিত? (w০৭-E ১২/১৫ ২৭ ¶১)

    • মলা ৩:১—এই পদত দিয়া ভৱিষ্যতবাণীটো প্ৰথম শতিকাত আৰু বৰ্তমান সময়ত কেনেকৈ পূৰ হৈছে? (w১৩-E ৭/১৫ ১০-১১ ¶৫-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মলা ১:১-১০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) ১কৰি ১৫:২৬—সত্য শিকাওক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) যিচ ২৬:১৯; ২কৰি ১:৩, ৪—সত্য শিকাওক। (mwb১৬.০৮-E ৮ ¶২ চাওক।)

  • ভাষণ: (৬ মি. বা কম) w০৭-E ১২/১৫ ২৮ ¶১—বিষয়: বৰ্তমান সময়ত আমি কেনেকৈ সম্পূৰ্ণ দশম ভাগ ভঁৰাললৈ লৈ আনো?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৬

  • “সঁচা প্ৰেম কি হয়?”: (১৫ মি.) প্ৰশ্ন আৰু উত্তৰ।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায়  ৩০ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক