ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জানুৱাৰী পৃষ্ঠা ২
  • জানুৱাৰী ১-৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ১-৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জানুৱাৰী পৃষ্ঠা ২

জানুৱাৰী ১-৭

মথি ১-৩

  • গীত ৩০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “স্বৰ্গৰাজ্য ওচৰ হল”: (১০ মি.)

    • [মথি কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • মথি ৩:১, ২—যোহন বাপ্তাইজকে ঘোষণা কৰিছিল যে স্বৰ্গীয় ৰাজ্যৰ শাসক অতি সোনকালে উপস্থিত হʼব (“ঘোষণা কৰা,” “ৰাজ্য,” “স্বৰ্গৰাজ্য,” “ওচৰ হʼল” মথি ৩:১, ২ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৩:৪—যোহন বাপ্তাইজকে এক সৰল জীৱন-যাপন অতিবাহিত কৰিছিল আৰু একান্তভাৱে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাত মনোযোগ দিছিল (“যোহনৰ . . . কাপোৰ,” “কচুৱা ফৰিং,” “হাবিৰ মৌ” মথি ৩:৪ পদৰ ওপৰত ভিডিঅ’, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১:৩—মথিয়ে যীচুৰ বংশাৱলী বৰ্ণনা কৰোঁতে পুৰুষসকলৰ লগতে পাঁচগৰাকী তিৰোতাৰ নাম উল্লেখ কৰিছিল। তেওঁ তিৰোতাসকলৰ নাম কিয় উল্লেখ কৰিছিল? (‘তামাৰ’ মথি ১:৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৩:১১—বাপ্তিষ্মাৰ অৰ্থ সম্পূৰ্ণৰূপে পানীত ডুবোৱা হয় বুলি আমি কেনেকৈ জানোঁ? (“বাপ্তাইজ কৰিব” মথি ৩:১১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১:১-১৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিত চাওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) bh ৩৯ ¶৬-৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০

  • বছেৰেকীয়া সেৱা ৰিপৰ্ট: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। শাখা কাৰ্য্যালয়ৰপৰা অহা বছেৰেকীয়া সেৱা ৰিপৰ্টটো পঢ়াৰ পাছত আগতিয়াকৈ নিৰ্ব্বাচন কৰি ৰখা কেইজনমান প্ৰচাৰকৰ সাক্ষাৎকাৰ লওক, যিয়ে বিগত সেৱা বছৰত, ঘোষণা কাৰ্য্য কৰাৰ সময়ত কিছুমান ভাল অনুভৱ লাভ কৰিবলৈ সক্ষম হৈছিল।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায়  ৩০ ¶১০-১৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক