ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ৬
  • ফেব্ৰুৱাৰী ১৯-২৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ১৯-২৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ৬

ফেব্ৰুৱাৰী ১৯-২৫

মথি ১৬-১৭

  • গীত ২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?”: (১০ মি.)

    • মথি ১৬:২১, ২২—পিতৰে নিজৰ চিন্তা-ভাৱনা আবেগৰ দ্বাৰা প্ৰভাৱিত হʼবলৈ দিছিল (w০৭-HI ৩/১ ১২ ¶১৭)

    • মথি ১৬:২৩—পিতৰে ঈশ্বৰৰ দৰে চিন্তা-ভাৱনা কৰা নাছিল (w১৫-HI ৫/১৫ ১৩ ¶১৬-১৭)

    • মথি ১৬:২৪—নিজৰ জীৱন পৰিচালনা কৰাৰ বাবে প্ৰতিজন খ্ৰীষ্টানে ঈশ্বৰৰ চিন্তা-ভাৱনাৰ সহায় লোৱা উচিত (w০৬-HI ৪/১ ২৩ ¶৯)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১৬:১৮—যীচুৱে খ্ৰীষ্টান মণ্ডলী স্থাপন কৰা শিল কোন হয়? (“তুমি পিতৰ আৰু এই শিলৰ ওপৰত,” “মণ্ডলী” মথি ১৬:১৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ১৬:১৯—যীচুৱে পিতৰক দিয়া “স্বৰ্গৰাজ্যৰ চাবিবোৰ” কি হয়? (“স্বৰ্গৰাজ্যৰ চাবিবোৰ” মথি ১৬:১৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১৬:১-২০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪০

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—প্ৰভাৱশালীৰূপে প্ৰশ্ন সোধক”: (১৫ মি.) আলোচনা। যীচুৱে কৰা কাৰ্য্যক আপুনিও কৰক—শিকোৱা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ২ ¶৪-১০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৫২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক