ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মাৰ্চ পৃষ্ঠা ৪
  • মাৰ্চ ১৯-২৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১৯-২৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মাৰ্চ পৃষ্ঠা ৪

মাৰ্চ ১৯-২৫

মথি ২৪

  • গীত ৪৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “শেষ-কালৰ এই সময়ছোৱাত আধ্যাত্মিকভাৱে জাগ্ৰত থাকক”: (১০ মি.)

    • মথি ২৪:১২—অধৰ্ম্ম বাঢ়ি যোৱাৰ ফলত লোকসকলৰ প্ৰেম চেঁচা হৈ গৈছে ( it-2-E ২৭৯ ¶৬)

    • মথি ২৪:৩৯—কিছুমান লোকে দৈনন্দিন কাম-কাজত বেছিকৈ ব্যস্ত হৈ যাব আৰু ইয়ে তেওঁলোকক অন্যমনস্ক কৰি তুলিব ( w৯৯-HI ১১/১৫ ১৯ ¶৫)

    • মথি ২৪:৪৪—আশা নকৰাৰ সময়ত ঘৰৰ গৰাকী আহিব ( jy-E ২৫৯ ¶৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ২৪:৮—যীচুৰ কথাষাৰে কি বুজায়? (“যাতনাৰ আৰম্ভণহে” মথি ২৪:৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২৪:২০—যীচুৱে এই কথাষাৰ কিয় কৈছিল? (“জাৰকালি,” “বিশ্ৰাম-বাৰে” মথি ২৪:২০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ২৪:১-২২

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। প্ৰথম সাক্ষাতত লগ পোৱা ব্যক্তিজন ঘৰত নাই, কিন্তু তেওঁৰ এজন সম্বন্ধীয় লোকক লগ পাইছে।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৪২

  • “এই ৰীতি-ব্যৱস্থাৰ শেষ পৰ্য্যায়ত”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৪ ¶৩-৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক