ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুন পৃষ্ঠা ৬
  • জুন ২৫–জুলাই ১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ২৫–জুলাই ১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুন পৃষ্ঠা ৬

জুন ২৫–জুলাই ১

লূক ৪-৫

  • গীত ১০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত যীচুৰ দৰে প্ৰতিৰোধ কৰক”: (১০ মি.)

    • লূক ৪:১-৪—যীচুৱে শাৰীৰিক ইচ্ছাবোৰক জীৱনত প্ৰভাৱ পেলাবলৈ দিয়া নাছিল (w১৩-HI ৮/১৫ ২৫ ¶৮)

    • লূক ৪:৫-৮— চকুৰ অভিলাষে যীচুক প্ৰলোভিত কৰিব পৰা নাছিল (w১৩-HI ৮/১৫ ২৫ ¶১০)

    • লূক ৪:৯-১২—পৰীক্ষাৰ সময়ত যীচুৱে মানুহৰ প্ৰশংসা লাভ কৰিবলৈ কোনো কাৰ্য্য কৰা নাছিল। [মন্দিৰৰ চূড়া নামৰ ভিডিঅʼখন দেখুৱাওক] (“মন্দিৰৰ চূড়া” লূক ৪:৯ পদৰ ওপৰত ভিডিঅ’, nwtsty; w১৩-HI ৮/১৫ ২৬ ¶১২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ৪:১৭—কিহে দেখুৱাই যে ঈশ্বৰৰ বাক্যৰ ওপৰত যীচুৰ সম্পূৰ্ণ জ্ঞান আছিল? (“যিচয়া ভাববাদীৰ পুস্তক” লূক ৪:১৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • লূক ৪:২৫—এলিয়াৰ সময়ত কিমান দিনলৈকে আকাল হৈছিল? (“তিনি বছৰ ছমাহ” লূক ৪:২৫ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ৪:৩১-৪৪

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। JW.ORG যোগাযোগৰ কাৰ্ডখন দিয়ক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) যিহোৱাৰ ইচ্ছা পাঠ ২৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৭

  • “চʼচিয়েল নেটৱৰ্কিঙৰ বিপদৰপৰা সাৱধান!”: (১৫ মি.) আলোচনা। বুদ্ধিমতাৰে চʼচিয়েল নেটৱৰ্ক ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১১ ¶৪-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক