জুলাই ২৩-২৯
লূক ১২-১৩
গীত ২২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া”: (১০ মি.)
লূক ১২:৬—সৰু সৰু চৰাইবোৰকো ঈশ্বৰে নাপাহৰে (লূক ১২:৬ পদৰ ওপৰত “ঘৰ-চিৰিকা” অধ্যয়নৰ টোকা, nwtsty)
লূক ১২:৭—যিহোৱা ঈশ্বৰে আমাৰ বিষয়ে ভালদৰে জানে আৰু ইয়াৰপৰা বুজিব পৰা যায় যে তেওঁ আমাৰ প্ৰতি কিমান আগ্ৰহী (লূক ১২:৭ পদৰ ওপৰত “তোমালোকৰ মূৰৰ সকলো চুলিও গণা হৈছে” অধ্যয়নৰ টোকা, nwtsty)
লূক ১২:৭—যিহোৱা ঈশ্বৰে আমাৰ মাজৰ প্ৰতিজন ব্যক্তিকে মূল্যাংকন কৰে (cl-HI ২৪১ ¶৪-৫)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
লূক ১৩:২৪—যীচুৱে দিয়া সাৱধানবাণীৰ অৰ্থ কি? (লূক ১৩:২৪ পদৰ ওপৰত “প্ৰাণপণে চেষ্টা কৰা” অধ্যয়নৰ টোকা, nwtsty)
লূক ১৩:৩৩—যীচুৱে এইদৰে কিয় কৈছিল? (লূক ১৩:৩৩ পদৰ ওপৰত “বিনষ্ট হোৱা অসাধ্য” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) লূক ১২:২২-৪০
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।
তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) lv ২১১ ¶৪-৫
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
অকলশৰীয়া কিন্তু তেওঁলোকক পাহৰি যোৱা নাই: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
তিনিগৰাকী প্ৰচাৰকে কেনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল?
কিহে দেখুৱায় যে যিহোৱা ঈশ্বৰে তেওঁলোকক পাহৰা নাই?
কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সত্ত্বেও প্ৰচাৰকসকলে কেনেকৈ যিহোৱা ঈশ্বৰৰ সেৱা কৰি থাকে আৰু ইয়ে কেনেকৈ আনক উৎসাহিত কৰে?
আপোনাৰ মণ্ডলীৰ বয়সস্থ বা অসুস্থ লোকসকলৰ প্ৰতি আপুনি কেনেকৈ প্ৰেম দেখুৱাব পাৰে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৩ ¶৫-৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৫ আৰু প্ৰাৰ্থনা