ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 নৱেম্বৰ পৃষ্ঠা ৬
  • নবেম্বৰ ২৬–ডিচেম্বৰ ২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নবেম্বৰ ২৬–ডিচেম্বৰ ২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 নৱেম্বৰ পৃষ্ঠা ৬

নবেম্বৰ ২৬–ডিচেম্বৰ ২

পাঁচনিৰ কৰ্ম্ম ৬-৮

  • গীত ১৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নতুন খ্ৰীষ্টান মণ্ডলীৰ ওপৰত পৰীক্ষা আহে”: (১০ মি.)

    • পাঁচ ৬:১—মণ্ডলীত গ্ৰীক ভাষা কোৱা বিধৱাসকলৰ লগত পক্ষপাত কৰা হৈছিল (bt-HI ৪১-৪২ ¶১৭)

    • পাঁচ ৬:২-৭—পাঁচনিসকলে এই সমস্যা সমাধান কৰিবলৈ পদক্ষেপ লয় (bt-HI ৪২ ¶১৮)

    • পাঁচ ৭:৫৮–৮:১—মণ্ডলীৰ বিৰুদ্ধে তাড়না আৰম্ভ হয়

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • পাঁচ ৬:১৫—কি অৰ্থত স্তিফানৰ মুখ “স্বৰ্গদূতৰ মুখৰ” নিচিনা দেখিছিল? (bt-HI ৪৫ ¶২)

    • পাঁচ ৮:২৬-৩০—ফিলিপে যি কাৰ্য্য কৰিছিল আৰু বৰ্তমান সময়ত খ্ৰীষ্টানসকলে যি কাৰ্য্য কৰে, তাৰ মাজত কি মিল আছে? (bt-HI ৫৮-৫৯ ¶১৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ৬:১-১৫

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) ঈশ্বৰৰ প্ৰেম ৩৮ ¶১৬-১৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৫

  • “যিহোৱাৰ উদ্দেশে দান”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা আলোচনা। ‘যিহোৱাৰ উদ্দেশে দান’ নামৰ ভিডিঅʼখন দেখুৱাওক। বিগত সেৱা বছৰত দান-বৰঙণি আগবঢ়োৱাৰ বাবে শাখা কাৰ্য্যালয়ৰপৰা পোৱা চিঠিখন পঢ়ক। আমি যি বৰঙণি আগবঢ়াওঁ, তাৰপৰা আমি কেনেকৈ উপকৃত হওঁ, তাৰ বিষয়ে বৰ্ণনা কৰক। মণ্ডলীত প্ৰতি মাহে হোৱা খৰচ-পাতিৰ বিষয়ে তুলি ধৰক। আমি কেনেকৈ বৰঙণি আগবঢ়াব পাৰোঁ আৰু এই বৰঙণি কেনেকৈ ব্যৱহাৰ কৰা হয়, তাৰ বিষয়ে আলোচনা কৰক। মণ্ডলীৰ ভাই-ভনীসকলে যি দান-বৰঙণি আগবঢ়ায়, তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক