ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ডিচেম্বৰ পৃষ্ঠা ৩
  • ডিচেম্বৰ ১০-১৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ১০-১৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ডিচেম্বৰ পৃষ্ঠা ৩

ডিচেম্বৰ ১০-১৬

পাঁচনিৰ কৰ্ম্ম ১২-১৪

  • গীত ১০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “বাৰ্ণাব্বা আৰু পৌলে দূৰ-দূৰণি ঠাইবোৰত শিষ্য বনায়”: (১০ মি.)

    • পাঁচ ১৩:২, ৩—যিহোৱা ঈশ্বৰে বাৰ্ণাব্বা আৰু চৌলক এক বিশেষ কামৰ বাবে মনোনিত কৰে (bt-HI ৮৬ ¶৪)

    • পাঁচ ১৩:১২, ৪৮; ১৪:১—তেওঁলোকৰ পৰিশ্ৰমৰ ভাল পৰিণাম দেখা যায় (bt-HI ৯৫ ¶৫)

    • পাঁচ ১৪:২১, ২২—বাৰ্ণাব্বা আৰু পৌলে নতুন শিষ্যসকলক উৎসাহিত কৰে (w১৪-HI ৯/১৫ ১৩ ¶৪-৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • পাঁচ ১২:২১-২৩—হেৰোদৰ লগত যি হৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w০৮-HI ৫/১৫ ৩২ ¶৭)

    • পাঁচ ১৩:৯—চৌলক কিয় “পৌলো” বুলি কোৱা হৈছিল? (পাঁচ ১৩:৯ পদৰ ওপৰত “চৌল, যি জনক পৌলো বোলে” আৰু “পৌল” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ১২:১-১৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) bt-HI ৭৮-৭৯ ¶৮-৯—বিষয়: সংগী ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৫

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—‘নিৰূপিত’ হোৱা লোকসকলক শিষ্য হʼবলৈ সহায় কৰক”: (১৫ মি.) যিহোৱা ঈশ্বৰে আপোনাক সহায় কৰিব নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১৬

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক