খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱা ঈশ্বৰে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ আমাক শিক্ষা দিয়ে
পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ বিষয়ে যিহোৱা ঈশ্বৰৰপৰা কি শিকিব পাৰে? যিহোৱা ঈশ্বৰে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ আমাক শিক্ষা দিয়ে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত অবিলিঅ’ আৰু উলা আমʼৰিমৰ বিষয়ে দিয়া নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
অবিলিঅ’ আৰু উলাৰ লগত সৰুতে যি হৈছিল, তাৰ বাবে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ ডাঙৰ-দীঘল কৰিব বিচাৰিছিল?
তেওঁলোকৰ সন্তানৰ ওচৰত লʼৰালি কালৰ কি স্মৃতি ৰৈ গৈছে?
অবিলিঅ’ আৰু উলাই দ্বিতীয় বিবৰণ ৬:৬ আৰু ৭ পদটো কেনেকৈ পালন কৰিছিল?
তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ বাবে কেৱল নিয়ম স্থিৰ কিয় কৰা নাছিল?
তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক সঠিক নিৰ্ণয় লʼবলৈ কেনেকৈ শিক্ষা দিছিল?
তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ উৎসাহিত কৰিছিল। ইয়াৰ বাবে তেওঁলোকক কি কি ত্যাগ কৰিবলগীয়া হৈছিল? (bt-HI ১৭৮ ¶১৯)