জানুৱাৰী ২১-২৭
পাঁচনিৰ কৰ্ম্ম ২৫-২৬
গীত ৭৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে”: (১০ মি.)
পাঁচ ২৫:১১—পৌলে ন্যায়িক অধিকাৰ ব্যৱহাৰ কৰি কৈচৰক আপীল কৰিছিল (bt-HI ১৯৮ ¶৬)
পাঁচ ২৬:১-৩—পৌলে ৰজা হেৰোদ আগ্ৰিপ্পক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ভালদৰে বৰ্ণনা কৰিছিল (bt-HI ১৯৮-২০১ ¶১০-১৬)
পাঁচ ২৬:২৮—পৌলৰ কথাই ৰজাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল (bt-HI ২০২ ¶১৮)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
পাঁচ ২৬:১৪—লাথি কি হয়? (পাঁচ ২৬:১৪ পদৰ ওপৰত “জোঙত লাথি মৰা” অধ্যয়নৰ টোকা, nwtsty; nwt শব্দকোষ, “লাথি”)
পাঁচ ২৬:২৭—যেতিয়া পৌলে ভাববাদীসকলক বিশ্বাস কৰেনে বুলি ৰজা আগ্ৰিপ্পক সোধে, তেতিয়া তেওঁ কিয় বিবুধিত পৰিছিল? (w০৩ ১১/১৫ ২৫-২৬ ¶১৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ২৫:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)
প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“কুইবেকত ঘোষণা কৰিবলৈ স্বীকৃতি দিয়া হয়”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ২২
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৫৫ আৰু প্ৰাৰ্থনা