ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জানুৱাৰী পৃষ্ঠা ৩
  • সকলো সমস্যাৰ কাৰণ আৰু বিদ্ৰোহ কৰাওঁতা হিচাপে অভিযোগ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সকলো সমস্যাৰ কাৰণ আৰু বিদ্ৰোহ কৰাওঁতা হিচাপে অভিযোগ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জানুৱাৰী পৃষ্ঠা ৩
পৌলৰ ভাগিনীয়েকে এজন সেনাপতিৰ লগত কথা পাতিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২৩-২৪

সকলো সমস্যাৰ কাৰণ আৰু বিদ্ৰোহ কৰাওঁতা হিচাপে অভিযোগ

২৩:১২, ১৬; ২৪:২, ৫, ৬, ১০-২১

যিৰূচালেমৰ যিহূদীসকলে পৌলক বধ কৰিবলৈ “শপতেৰে নিজকে বান্ধিলে।” (পাঁচ ২৩:১২) কিন্তু, পৌলে ৰোমলৈ গৈ সাক্ষ্য দিয়াটো যিহোৱা ঈশ্বৰৰ উদ্দেশ্য আছিল। (পাঁচ ২৩:১১) পৌলৰ ভাগিনীয়েকে সেই ষড়যন্ত্ৰৰ বিষয়ে জানিব পাৰে আৰু তৎক্ষণাৎ তেওঁ পৌলক এই বিষয়ে জনায়। সেইবাবে, পৌলৰ জীৱন ৰক্ষা পৰে। (পাঁচ ২৩:১৬) এই ঘটনাৰপৰা আপুনি কি শিক্ষা লাভ কৰে?

  • যেতিয়া লোকসকলে ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কাৰ্য্য কৰিবলৈ চেষ্টা কৰে, তেতিয়া কি হয়?

  • আমাক সহায় কৰিবলৈ যিহোৱা ঈশ্বৰে কাক ব্যৱহাৰ কৰিব পাৰে?

  • সাহসিকতাৰ বিষয়ে আমি কি শিকোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক