ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জানুৱাৰী পৃষ্ঠা ৪
  • পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • সকলো সমস্যাৰ কাৰণ আৰু বিদ্ৰোহ কৰাওঁতা হিচাপে অভিযোগ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জানুৱাৰী পৃষ্ঠা ৪
পৌল ৰজা হেৰোদ আগ্ৰিপ্পৰ ওচৰত থিয় হৈ আছে আৰু তেওঁক সাক্ষ্য দিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২৫-২৬

পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে

২৫:১১; ২৬:১-৩, ২৮

যদি আমাক “দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ” নিয়া হয়, তেনেহʼলে কি কʼব লাগে, তাৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু “নিজৰ পক্ষে উত্তৰ দিবলৈ” আমি সদায় সাজু থকা উচিত। (মথি ১০:১৮-২০; ১পিত ৩:১৫) যদি বিৰোধীসকলে “বিধি স্থাপন কৰি অপকাৰ কৰে,” তেনেহʼলে আমি পৌলৰ দৰে কি কৰা উচিত?—গীত ৯৪:২০.

  • আমি শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ ন্যায়িক অধিকাৰক ব্যৱহাৰ কৰিব পাৰোঁ।—পাঁচ ২৫:১১

  • আমি সন্মানেৰে অধিকাৰীসকলৰ লগত কথা পতা উচিত।—পাঁচ ২৬:২, ৩

  • যদি সম্ভৱ হয়, তেনেহʼলে শুভবাৰ্ত্তাই আমাক আৰু আনক কেনেকৈ উপকৃত কৰিছে, তাৰ বিষয়ে বৰ্ণনা কৰক।—পাঁচ ২৬:১১-২০

এগৰাকী ভনীয়ে বিচাৰকৰ আগত থিয় হৈ সাক্ষ্য দিছে

যদি কোনোবাই আপোনাৰ বিশ্বাসৰ ওপৰত প্ৰশ্ন কৰে, তেনেহʼলে আপুনি কি উত্তৰ দিব? এই বিষয়ে আপুনি ভাবিছেনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক