ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৪
  • যিহোৱাই অব্ৰাম আৰু চাৰীৰ নাম কিয় সলনি কৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই অব্ৰাম আৰু চাৰীৰ নাম কিয় সলনি কৰে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • অব্ৰাহামৰ দৰে বিশ্বাস কৰক!
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • অব্ৰাহামে বিশ্বাসৰ এক উত্তম আৰ্হি ৰাখিলে
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • দীঘলীয়া সময়ৰ পাছত এটি লʼৰা জন্ম হʼল
    বাইবেলৰ পৰা শিকোঁ আহা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ১৫-১৭

যিহোৱাই অব্ৰাম আৰু চাৰীৰ নাম কিয় সলনি কৰে?

১৭:১, ৩-৫, ১৫, ১৬

যিহোৱাৰ দৃষ্টিত অব্ৰামৰ আচাৰ-ব্যৱহাৰ শুদ্ধ আছিল। যেতিয়া যিহোৱাই নিজৰ প্ৰতিজ্ঞাৰ বিষয়ে অব্ৰামক বৰ্ণনা কৰিছিল, তেতিয়া তেওঁ অব্ৰাম আৰু চাৰীক এনে নাম দিছিল, যাৰ দ্বাৰা জানিব পাৰি যে ভৱিষ্যতে কি হʼব।

নিজৰ নামৰ অনুসৰি অব্ৰাহাম জাতিসমূহৰ আদিপিতৃ আৰু চাৰাই ৰজাসকলৰ আদিমাতৃ হৈছিল।

  • অব্ৰাহাম।

    অব্ৰাহাম

    অনেক জাতিৰ পিতৃ

  • চাৰা।

    চাৰা

    ৰাণী

ছবি: এগৰাকী ভনীয়ে আধ্যাত্মিকভাৱে উন্নতি কৰিছে। ১. তাই বাপ্তিষ্মা লৈছে। ২. সপ্তাহৰ মাজত হোৱা সভাৰ ভাগ তাই কৰিছে। ৩. ঘোষণা কাৰ্য্য কৰাৰ সময়ত তাই এগৰাকী তিৰোতাক ভিডিঅ’ দেখুৱাইছে।

জন্মৰ সময়ত যদিও আমি নিজৰ নাম বাছনি কৰিব নোৱাৰোঁ, কিন্তু অব্ৰাহাম আৰু চাৰাৰ দৰে আমি সুনাম অৰ্জন কৰিব পাৰোঁ। নিজকে সোধক:

  • ‘মই যিহোৱাৰ দৃষ্টিত কেনেকৈ নিজৰ আচাৰ-ব্যৱহাৰত শুদ্ধতা বজাই ৰাখিব পাৰোঁ?’

  • ‘যিহোৱাৰ দৃষ্টিত মই কি নাম অৰ্জন কৰিছোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক