ফেব্ৰুৱাৰী ১০-১৬
আদিপুস্তক ১৫-১৭
গীত ৩৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই অব্ৰাম আৰু চাৰীৰ নাম কিয় সলনি কৰে?”: (১০ মি.)
আদি ১৭:১—অসিদ্ধ হোৱাৰ সত্ত্বেও অব্ৰাহামে নিজৰ আচাৰ-ব্যৱহাৰত শুদ্ধতা বজাই ৰাখিলে (it-১-E ৮১৭)
আদি ১৭:৩-৫—অব্ৰামৰ নাম সলনি কৰি অব্ৰাহাম ৰখা হৈছিল (it-১-E ৩১ ¶১)
আদি ১৭:১৫, ১৬—চাৰীৰ নাম সলনি কৰি চাৰা ৰখা হৈছিল (w০৯-E ২/১ ১৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ১৫:১৩, ১৪—অব্ৰাহামৰ বংশক ৪০০ বছৰলৈকে তাড়না দিয়া, কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল? (it-১-E ৪৬০-৪৬১)
আদি ১৫:১৬—অব্ৰাহামৰ বংশৰ ‘চতুৰ্থ পুৰুষ’ কনান দেশলৈ কেনেকৈ উভতি আহিছিল? (it-১-E ৭৭৮ ¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ১৫:১-২১ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে প্ৰশ্নবোৰ কেনেকৈ প্ৰভাৱশালীৰূপে ব্যৱহাৰ কৰিছিল? শিক্ষা দিবলৈ তেওঁ কেনেকৈ এটা দৃষ্টান্ত ব্যৱহাৰ কৰিছিল?
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)
প্ৰথম সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত ভাল খবৰ ব্ৰচাৰখন দিয়ক আৰু পাঠ ৩-ৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ বন্ধনক কেনেকৈ দৃঢ় কৰিব পাৰে”: (১৫ মি.) আলোচনা। বিবাহ বন্ধন কেনেকৈ দৃঢ় কৰিব পাৰি নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৬ ¶১৬-১৯
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১৭ আৰু প্ৰাৰ্থনা