ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৬
  • “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • ন্যায় আৰু দয়া কৰোঁতা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • লোটৰ পত্নীক মনত ৰাখা
    বাইবেলৰ পৰা শিকোঁ আহা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ফেব্ৰুৱাৰী পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ১৮-১৯

“সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰিলে

১৮:২৩-২৫, ৩২; ১৯:২৪, ২৫

চদোম আৰু ঘমোৰাৰ লগত যিহোৱাই যি কৰিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ?

  • যিহোৱাই সদায় দুষ্টতাবোৰ সহ্য নকৰিব

  • যিসকলে ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান দিয়ে আৰু তেওঁৰ উদ্দেশ্য পূৰ কৰে, তেওঁলোকেহে আহিবলগীয়া ন্যায় বিচাৰত উদ্ধাৰ পাব।—লূক ১৭:২৮-৩০

যিহোৱাৰ সাক্ষী নোহোৱা লোকসকলে মদ খাবলৈ, চিগাৰেট সেৱন কৰিবলৈ আৰু তাচ খেলিবলৈ কোৱাত এজন ডেকা ভায়ে অস্বীকাৰ কৰিছে।

নিজকে সোধক: ‘জগতৰ এই লম্পট আচৰণবোৰ দেখি মই দুখিত হওঁ নেকি?’ (২পিত ২:৭) ‘মোৰ দৈনন্দিন জীৱন-যাপনে দেখুৱায় নে যে মোৰ বাবে যিহোৱাৰ উদ্দেশ্য পূৰ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক