ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মাৰ্চ পৃষ্ঠা ৮
  • মই কাক নিমন্ত্ৰণ কৰিম?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মই কাক নিমন্ত্ৰণ কৰিম?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আপুনি প্ৰভু ভোজৰ বাবে প্ৰস্তুতি কৰিছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উত্তমতালৈ উৎসাহী হোৱা!
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বছৰৰ বিশেষ দিনৰ বাবে আপুনি সাজু নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মাৰ্চ পৃষ্ঠা ৮
এজন ভায়ে পাকঘৰত বঢ়াৰ সময়ত সাক্ষী নোহোৱা সম্বন্ধীয় লোকক স্মৰণীয় দিনৰ বাবে এখন নিমন্ত্ৰণ দিছে। পিছফালে তেওঁলোকৰ পত্নীসকলে কথা পাতিছে আৰু আহাৰ প্ৰস্তুত কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মই কাক নিমন্ত্ৰণ কৰিম?

আমি প্ৰতিবছৰে আমাৰ এলেকাৰ লোকসকলক স্মৰণীয় দিনত উপস্থিত হোৱাৰ বাবে নিমন্ত্ৰণ-পত্ৰ দিবলৈ কঠিন পৰিশ্ৰম কৰোঁ। বেছিভাগ লোক আমাৰ বাবে পৰিচিত নহয়। আমাৰ পৰিচিত লোকসকলকো আমি নিমন্ত্ৰণ কৰা উচিত। যিসকলে পৰিচিত লোকৰপৰা নিমন্ত্ৰণ-পত্ৰ লাভ কৰে, তেওঁলোকে প্ৰায়ে স্মৰণীয় দিনত উপস্থিত হোৱাৰ সম্ভাৱনা থাকে। (yb০৮-E ১১ ¶৩; ১৪ ¶১) আপুনি কাক ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰিব বিচাৰে?

  • সম্বন্ধীয় লোক

  • সহকৰ্মী বা সহপাঠী

  • ওচৰ-চুবুৰীয়া

  • বৰ্তমান আৰু অতীতত কৰা বাইবেল বিদ্যাৰ্থী আৰু পুনৰ সাক্ষাৎ কৰা লোক

ইয়াৰ উপৰিও, যিসকলে প্ৰচাৰ কৰিবলৈ বন্ধ কৰিছে, তেওঁলোকক নিমন্ত্ৰণ কৰিবলৈ প্ৰাচীনসকলে তালিকা প্ৰস্তুত কৰিব পাৰে। যদি আপুনি আপোনাৰ পৰিচিত ব্যক্তিজনক নিমন্ত্ৰণ দিছে, কিন্তু তেওঁ আপোনাৰ এলেকাত নাথাকে, তেনেহʼলে আপুনি কি কৰিব? তেওঁৰ এলেকাৰ স্মৰণীয় দিনৰ সময় আৰু ঠিকনা জানিবলৈ আপুনি jw.org ৱেবছাইটত যাওক আৰু মুখ্য পেজৰ ওপৰত থকা আমাৰ বিষয়ে ভাগত ক্লিক কৰক আৰু “স্মৰণীয় দিন” বাছনি কৰক। এই বছৰৰ স্মৰণীয় দিনৰ বাবে প্ৰস্তুতি কৰাৰ সময়ত আপুনি সেই লোকসকলৰ বিষয়ে চিন্তা কৰক, যিসকলক আপুনি নিমন্ত্ৰণ কৰিব বিচাৰে। তাৰ পাছত তেওঁলোকক নিমন্ত্ৰণ দিয়ক।

ছবি: ১. কামৰ জিৰণিৰ সময়ত এজন ভায়ে সাক্ষ্য দিছে। ২. এজন ভায়ে ৰেষ্টুৰেণ্টত কাম এজন ব্যক্তিক ভিডিঅ’ দেখুৱাইছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক