ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মে’ পৃষ্ঠা ৮
  • যোচেফৰ দৰে হওক—অনৈতিকতাৰপৰা আঁতৰি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোচেফৰ দৰে হওক—অনৈতিকতাৰপৰা আঁতৰি থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যৌন সম্পৰ্কৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • “ব্যভিচাৰৰ পৰা পলোৱা”
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • নৈতিক শুদ্ধতাৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিকোণ
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই আপোনাক সফলতা দি আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মে’ পৃষ্ঠা ৮
যোচেফে পোটীফৰ পত্নীৰপৰা পলাইছে আৰু তাই যোচেফৰ চোলাটো ধৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যোচেফৰ দৰে হওক—অনৈতিকতাৰপৰা আঁতৰি থাকক

যেতিয়া আমাক অনৈতিক কাৰ্য্যৰ বাবে প্ৰলোভিত কৰা হয়, তেতিয়া আমি যোচেফৰ ঘটনা মনত ৰখা উচিত। যোচেফৰ গৰাকীৰ পত্নীয়ে তেওঁক প্ৰতিদিনে অনৈতিক কাৰ্য্যৰ বাবে প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ তাইক অস্বীকাৰ কৰিছিল। (আদি ৩৯:৭-১০) তেওঁ কৈছিল: “মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম, আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?” ইয়াৰপৰা বুজিব পাৰি যে তেওঁ এই বিষয়ে ধ্যান কৰিছিল যে যিহোৱাৰ বাবে কি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ। সেয়া হৈছে, স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজৰ প্ৰতি বিশ্বাসী হৈ থকা উচিত। সেইবাবে, যেতিয়া সেই তিৰোতা গৰাকীয়ে যোচেফৰ ওপৰত অনৈতিক কাৰ্য্যৰ বাবে বেছিকৈ জোৰ দিছিল, তেতিয়া তেওঁ প্ৰলোভিত হোৱা নাছিল আৰু তাৰপৰা পলাই গৈছিল।—আদি ৩৯:১২; ১কৰি ৬:১৮.

অনৈতিকতাৰপৰা আঁতৰি থাকক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  •  মি-কিয়ং আৰু জিনে হলৰ কোঠালিত কথা পাতিছে।

    জিনে কেনে সমস্যাৰ সন্মুখীন হৈছিল?

  • জিনে মি-কিয়ংৰ ফালে চাইছে আৰু তাই যি কৈছে তাৰ বিষয়ে চিন্তা কৰিছে।

    যেতিয়া মি-কিয়ংয়ে জিনক গণিতত সহায় কৰিবলৈ কৈছিল, তেতিয়া জিনে কি চিন্তা কৰিলে?

  • মি-কিয়ংৰ কথাই জিনৰ ওপৰত কি প্ৰভাৱ পেলালে?

  • জিনে তাৰ খুড়াৰ লগত কথা পাতিছে, যি এজন প্ৰাচীন হয়।

    জিনে কেনেকৈ আৰু কাৰপৰা সহায় বিচাৰিলে?

  • জিনে নিজৰ ফোনত মি-কিয়ংয়ে দিয়া বন্ধুত্বৰ বাবে কৰা অনুৰোধ অস্বীকাৰ কৰিছে।

    অনৈতিক কাৰ্য্যৰপৰা আঁতৰি থাকিবলৈ জিনে কি কৰিলে?

  • এই ভিডিঅʼখনৰপৰা আপুনি কি শিক্ষা লাভ কৰিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক