মে’ ১৮-২৪
আদিপুস্তক ৪০-৪১
গীত ৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই যোচেফক মুকলি কৰালে”: (১০ মি.)
আদি ৪১:৯-১৩—ফৰৌণক যোচেফৰ বিষয়ে জনোৱা হʼল (w১৫-E ২/১ ১৪ ¶৪-৫)
আদি ৪১:১৬, ২৯-৩২—যিহোৱাই যোচেফক ফৰৌণৰ সপোনৰ অৰ্থ জনালে (w১৫-E ২/১ ১৪-১৫)
আদি ৪১:৩৮-৪০—ফৰৌণৰ পাছত যোচেফক মিচৰ দেশৰ অধ্যক্ষ পাতিলে (w১৫-E ২/১ ১৫ ¶৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৪১:১৪—ফৰৌণৰ ওচৰলৈ যোৱাৰ আগতে, যোচেফে নিজৰ মূৰ কিয় খুৰালে? (w১৫-E ১১/১ ৯ ¶১-৩)
আদি ৪১:৩৩—যোচেফে যিদৰে ফৰৌণৰ লগত কথা পাতিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w০৯-HI ১১/১৫ ২৮ ¶১৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ৪০:১-২৩ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: আমি কিয় কʼব পাৰোঁ যে এই দম্পতীয়ে একে লগে মিলি পুনৰ সাক্ষাতৰ বাবে প্ৰস্তুতি কৰিছিল? ভাইজনে কেনেকৈ বাইবেলৰ পদটো ভালদৰে বুজালে?
প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১১)
প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিক্ষাদানৰ সঁজুলিৰ বাকচটোৰপৰা এখন প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যোচেফৰ দৰে হওক—অন্যায় হোৱাৰ সত্ত্বেও ধৈৰ্য্য ধৰক: (৬ মি.) যিহোৱাৰ বন্ধু হোৱা—অন্যায় হোৱাৰ সত্ত্বেও ধৈৰ্য্য ধৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত কেইজনমান লʼৰা-ছোৱালীক ষ্টেজলৈ নিমন্ত্ৰণ কৰক আৰু তেওঁলোকক সোধক: ৰিংকি আৰু ৰিংকুৰ লগত কি বেয়া ব্যৱহাৰ কৰা হৈছিল? তেওঁলোকে যোচেফৰ কাহিনীৰপৰা কি শিকিলে?
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৯ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ২ ¶১-১১
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৯০ আৰু প্ৰাৰ্থনা