ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 মে’ পৃষ্ঠা ৫
  • যিহোৱাই যোচেফক মুকলি কৰালে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই যোচেফক মুকলি কৰালে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যিহোৱাই আপোনাক সফলতা দি আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • এজন দাসে ঈশ্বৰৰ কথা শুনিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাই যোচেফক পাহৰা নাছিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • যোচেফৰ ওপৰত ককায়েকহঁতৰ খং
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 মে’ পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৪০-৪১

যিহোৱাই যোচেফক মুকলি কৰালে

৪১:৯-১৩, ১৬, ২৯-৩২, ৩৮-৪০

যোচেফ এজন দাস আছিল আৰু তেওঁক জেলত বন্দী কৰা হৈছিল। প্ৰায় ১৩ বছৰলৈকে তেওঁ বহুতো সমস্যাৰ সন্মুখীন হৈছিল, কিন্তু যিহোৱাই তেওঁক সমস্যাৰপৰা মুক্ত কৰিলে। যোচেফে বহুতো সমস্যাৰ সন্মুখীন হোৱাৰ সত্ত্বেও, ক্ৰোধীত হোৱা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ ভাল গুণবোৰ বিকশিত কৰিলে। (গীত ১০৫:১৭-১৯) তেওঁ ভালদৰে জানিছিল যে যিহোৱাই তেওঁক কেতিয়াও ত্যাগ কৰা নাছিল। কঠিন পৰিস্থিতিৰ সময়ত যোচেফে কি কৰিছিল?

  • যোচেফে আন বন্দীসকলক খাবলৈ আহাৰ দিছে।

    তেওঁ কঠিন পৰিশ্ৰম কৰিছিল আৰু বিশ্বাসী ব্যক্তি হিচাপে প্ৰমাণিত হৈছিল। তেওঁৰ পৰিশ্ৰমৰ বাবে যিহোৱাই আশীৰ্বাদ দিলে।—আদি ৩৯:২১, ২২

  • যোচেফে দুজন বন্দীৰ সপোনৰ ফলিতা দিছে।

    তেওঁৰ লগত হোৱা অন্যায়ৰ বাবে প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে, তেওঁ আনৰ প্ৰতি আগ্ৰহ দেখুৱালে।—আদি ৪০:৫-৭

মোৰ সমস্যাবোৰ ধৈৰ্য্যৰে সন্মুখীন হʼবলৈ যোচেফৰ উদাহৰণে মোক কেনেকৈ সহায় কৰে?

হৰমাগিদোনৰ সময়ত যিহোৱাই সকলো সমস্যাৰপৰা আমাক উদ্ধাৰ কৰিব, কিন্তু সেই সময়লৈকে মই কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক