মে’ ২৫-৩১
আদিপুস্তক ৪২-৪৩
গীত ১২০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যোচেফে আত্মসংযম দেখুৱালে”: (১০ মি.)
আদি ৪২:৫-৭—যোচেফে নিজৰ ককায়েকহঁতক দেখাৰ সময়ত অচিনাকিৰ দৰে ব্যৱহাৰ কৰিলে (w১৫-HI ৭/১ ১৩ ¶৫; ১৪ ¶১)
আদি ৪২:১৪-১৭—যোচেফে নিজৰ ককায়েকহঁতক পৰীক্ষা কৰিলে (w১৫-HI ৭/১ ১৪ ¶২)
আদি ৪২:২১, ২২—যোচেফৰ ককায়েকহঁতে যি ভুল কৰিলে, তাৰ বাবে তেওঁলোকে অনুতাপ দেখুৱাইছিল (it-২-E ১০৮ ¶৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৪২:২২, ৩৭—ৰূবেণে নিজৰ ভাল গুণবোৰ কেনেকৈ দেখুৱালে? (it-২-E ৭৯৫)
আদি ৪৩:৩২—মিচৰীয়াসকলে ইব্ৰীয়াসকলৰ সৈতে খোৱা-বোৱা কৰাটো কিয় ঘিণলগা কাৰ্য্য বুলি ভাবিছিল? (w০৪ ২/১ ৩১ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ৪২:১-২০ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: ভাইজনে কেনেকৈ শাস্ত্ৰ পদ স্পষ্টৰূপে পৰিচয় দিলে? ভাইজনে কিয় আৰু কেনেকৈ বাইবেলে শিকায় কিতাপখনৰ বিষয়ে জনালে?
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১৫)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ৩৯ ¶১৮ (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“সম্পূৰ্ণ ছবিখন বুজিবলৈ চেষ্টা কৰক”: (১৫ মি.) আলোচনা। বাইবেল পঢ়াৰ সময়ত সম্পূৰ্ণ ছবিখন বুজিবলৈ চেষ্টা কৰক—এক আভাস নামৰ ভিডিঅʼখন দেখুৱাওক। শ্ৰোতাসকলক সম্পূৰ্ণ ভিডিঅʼখন চাবলৈ উৎসাহিত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ২ ¶১২-২১, পৃ. ২৭ বক্স
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১০২ আৰু প্ৰাৰ্থনা