ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুন পৃষ্ঠা ৬
  • জুন ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুন পৃষ্ঠা ৬

জুন ২২-২৮

যাত্ৰাপুস্তক ১-৩

  • গীত ৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “মই যি আছোঁ, সেয়েই আছোঁ”: (১০ মি.)

    • [যাত্ৰাপুস্তক কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]

    • যাত্ৰা ৩:১৩—মোচিয়ে জানিব বিচাৰিছিল যে যিহোৱা নামৰ অৰ্থ কি আৰু তেওঁ কেনেধৰণৰ ব্যক্তি হয় (w১৩-HI ৩/১৫ ২৫ ¶৪)

    • যাত্ৰা ৩:১৪—যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যি হোৱাৰ প্ৰয়োজন তাকে হ’ব পাৰে (kr-HI ৪৩, বক্স)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যাত্ৰা ২:১০—ফৰৌণৰ জীয়েকে মোচিক তুলি লৈছিল বুলি ভবাটো কিয় উচিত হʼব? (g০৪-E ৪/৮ ৬ ¶৫)

    • যাত্ৰা ৩:১—যিথ্ৰো কেনেধৰণৰ পুৰোহিত আছিল? (w০৪ ৩/১ ২৮ ¶৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ২:১১-২৫ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয় পাৰ কৰক। (শিক্ষা অধ্যায় ১৬)

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থই আগ্ৰহী হোৱা বিষয়ৰ কোনো এখন শেহতীয়া প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১২)

  • ভাষণ: (৫ মি. বা কম) w০২-HI ৬/১৫ ১১ ¶১-৪—বিষয়: মিচৰ দেশৰ ৰত্নকৈ অমূল্য ৰত্ন (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২

  • যিহোৱাৰ বন্ধু হোৱা—যিহোৱাৰ নাম: (৬ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত কেইজনমান ল’ৰা-ছোৱালীক ষ্টেজলৈ আহিবলৈ অনুৰোধ কৰক আৰু তেওঁলোকক সোধক: যিহোৱাৰ নামৰ অৰ্থ কি? যিহোৱা ঈশ্বৰে কি কি সৃষ্টি কৰিছে? যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে?

  • স্কেনডিনেভিয়াত যিহোৱাৰ পবিত্ৰ নাম মহিমান্বিত কৰা হʼল: (৯ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: ১৫০০ চনৰ আগতে কিয় কেৱল কিছু সংখ্যক লোকে যিহোৱাৰ নাম জানিছিল? স্কেনডিনেভিয়াত লোকসকলে কেনেকৈ পুনৰ যিহোৱাৰ নাম জানিব পাৰিলে? নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ৰ বাবে আপুনি কিয় কৃতজ্ঞ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অতিৰিক্ত লেখ, ২৩৭-২৩৯ পৃ.

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ১০০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক