ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১-৩
“মই যি আছোঁ, সেয়েই আছোঁ”
৩:১৩, ১৪
যিহোৱাই মোচিক নিজৰ বিষয়ে এটা বিশেষ কথা জনাইছিল যে তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যি বিচাৰে তাকে হ’ব পাৰে। কিন্তু এনে কৰা সময়ত তেওঁ নিজৰ নৈতিক মানদণ্ড বজাই ৰাখে। যিদৰে পিতৃ-মাতৃয়ে নিজৰ সন্তানক চোৱা-চিতা কৰিবলৈ বিভিন্ন ধৰণৰ কাম কৰে, ঠিক সেইদৰে যিহোৱাই নিজৰ সন্তানক চোৱা-চিতা কৰিবলৈ যি বিচাৰে তাকে হ’ব পাৰে।
মোৰ প্ৰয়োজনীয়তাৰ সময়ত যিহোৱাই কি কৰিলে?