জুন ২৯–জুলাই ৫
যাত্ৰাপুস্তক ৪-৫
গীত ৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মই তোমাৰ মুখৰ সহায় হৈ, তুমি কব লগীয়া কথা তোমাক শিকাম”: (১০ মি.)
যাত্ৰা ৪:১০, ১৩—মোচিক যিহোৱাই যি দায়িত্ব দিছিল, তেওঁ তাৰ যোগ্য নহয় বুলি ভাবিছিল (w১০-HI ১০/১৫ ১৪)
যাত্ৰা ৪:১১, ১২—যিহোৱাই মোচিক সহায় কৰিম বুলি প্ৰতিজ্ঞা কৰিলে (w১৪-HI ৪/১৫ ৯ ¶৫-৬)
যাত্ৰা ৪:১৪, ১৫—যিহোৱাই মোচিক সহায় কৰিবলৈ হাৰোণক পঠিয়ালে (w১০-HI ১০/১৫ ১৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ৪:২৪-২৬—চিপ্পোৰাই যিহোৱাক “তেজৰ দ্বাৰাই পোৱা দৰা” বুলি কিয় কৈছিল? (w০৪-HI ৩/১৫ ২৮ ¶৪)
যাত্ৰা ৫:২—ফৰৌণে কি অৰ্থত যিহোৱাক জনা নাছিল? (it-২-E ১২ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৪:১-১৭ (শিক্ষা অধ্যায় ১২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থক সভালৈ নিমন্ত্ৰণ কৰক। (শিক্ষা অধ্যায় ২)
প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। অধ্যয়নৰ বাবে কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৪)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ৯৪ ¶১৫-১৬ (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আলোচনাৰ বাবে আৰ্হি ভালদৰে ব্যৱহাৰ কৰক”: (৫ মি.) আলোচনা।
“আপুনি প্ৰচাৰ কৰিব আৰু শিক্ষা দিব পাৰে!”: (১০ মি.) আলোচনা। সাহসী হওক . . . প্ৰচাৰক হিচাপে নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ৪ ¶ ১-১১
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১০৩ আৰু প্ৰাৰ্থনা