চেপ্টেম্বৰ ১৪-২০
যাত্ৰাপুস্তক ২৫-২৬
গীত ১৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পবিত্ৰ স্থানত চন্দুকৰ ভূমিকা”: (১০ মি.)
যাত্ৰা ২৫:৯—নিয়ম-চন্দুক কেনেকৈ বনাব লাগে, ইয়াৰ বিষয়ে যিহোৱাই কৈছিল (it-১-E ১৬৫)
যাত্ৰা ২৫:২১—“সাক্ষ্য-ফলি” চন্দুকত ৰখা হৈছিল (it-১-E ১৬৬ ¶২)
যাত্ৰা ২৫:২২—চন্দুকৰ ওপৰত যিহোৱাৰ উপস্থিতি (it-১-E ১৬৬ ¶৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ২৫:২০—চন্দুকৰ ঢাকনিৰ ওপৰত কৰূবকেইটা যিদৰে আছিল, ইয়াৰ অৰ্থ কি হʼব পাৰে? (it-১-E ৪৩২ ¶১)
যাত্ৰা ২৫:৩০—দৰ্শন-মিঠা কি আছিল? (it-২-E ৯৩৬)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ২৫:২৩-৪০ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: প্ৰচাৰকজনে কেনেকৈ প্ৰেম আৰু সহানুভূতি দেখুৱালে? প্ৰচাৰকৰ ঠাই যদি আপুনি থকা হʼলে, শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশনৰ বিষয়ে কেনেকৈ জনালেহেঁতেন?
পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৮)
পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সংগঠনে লাভ কৰা সফলতা: (৫ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৭ ¶১-৯ পৃ. ৮৮, ৯০ বক্সবোৰ
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ২৫ আৰু প্ৰাৰ্থনা