অক্টোবৰ ১২-১৮
যাত্ৰাপুস্তক ৩৩-৩৪
গীত ১১৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাৰ মনোমোহা গুণ”: (১০ মি.)
যাত্ৰা ৩৪:৫—ঈশ্বৰৰ নাম জনাৰ অৰ্থ হৈছে, তেওঁৰ উদ্দেশ্য, কাম আৰু গুণবোৰৰ বিষয়ে জনা (w১৩-HI ৩/১৫ ২৪ ¶৩)
যাত্ৰা ৩৪:৬—যিহোৱাৰ গুণবোৰৰ বিষয়ে জানিলে, তেওঁৰ লগত আমাৰ সম্পৰ্ক দৃঢ় হয় (w০৯-HI ১০/১ ২৮ ¶৩-৫)
যাত্ৰা ৩৪:৭—সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰা লোকসকলক যিহোৱাই ক্ষমা কৰে (w০৯-HI ১০/১ ২৮ ¶৬)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
যাত্ৰা ৩৩:১১, ২০—ঈশ্বৰে কেনেকৈ মোচিৰ সৈতে “সম্মুখা-সম্মুখিকৈ” কথা-বতৰা হৈছিল? (w০৪ ৩/১ ৩১ ¶৫)
যাত্ৰা ৩৪:২৩, ২৪—ইস্ৰায়েলী পুৰুষসকলে বছৰত তিনিবাৰ উৎসৱ পালন কৰিবলৈ গৈছিল, তেতিয়া তেওঁলোকে যিহোৱাৰ ওপৰত কিয় বিশ্বাস ৰখাৰ প্ৰয়োজন আছিল? (w৯৮-HI ৯/১ ২০ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ৩৩:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: বৰষায়ে কেনেকৈ শাস্ত্ৰ পদটো স্পষ্টকৈ তুলি ধৰিলে? তাই কি কʼলে যাৰ বাবে গৃহস্থই তাইৰ কথা শুনিবলৈ বাধ্য হʼল?
পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয় পাৰ কৰক। (শিক্ষা অধ্যায় ১৬)
পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। শিকায় কিতাপখনৰ বিষয়ে জনাওক আৰু অধ্যায় ২ পৰা অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“কিশোৰ-কিশোৰীসকল—যিহোৱা আপোনাৰ প্ৰকৃত বন্ধু হয়নে?”: (১৫ মি.) আলোচনা। কিশোৰ-কিশোৰীসকল—“যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা” নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি. বা কম) ঈশ্বৰৰ প্ৰেম অধ্যায় ৮ ¶১-১০
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১০২ আৰু প্ৰাৰ্থনা