ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১৪
  • এপ্ৰিল ২৬–মেʼ ২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ২৬–মেʼ ২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১৪

এপ্ৰিল ২৬–মেʼ ২

গণনা পুস্তক ২৫-২৬

  • গীত ১৩৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “কেৱল এজন ব্যক্তিয়ে পৰিৱৰ্তন আনিব পাৰেনে?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • গণ ২৬:৫৫, ৫৬—যিহোৱাই ফৈদৰ অনুসৰি কেনেকৈ মাটি ভাগ কৰিলে? এই কাৰ্য্যই কেনেকৈ যিহোৱাৰ বুদ্ধি প্ৰকাশ কৰিলে? (it–১–E ৩৫৯ ¶১-২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) গণ ২৫:১-১৮ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। কোনো এখন ভিডিঅʼৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৩)

  • ভাষণ: (৫ মি.) w০৪ ৫/১ ২৭—বিষয়: গণনা পুস্তক ২৫:৯ আৰু ১ কৰিন্থীয়া ১০:৮ পদত দিয়া মৃত লোকসকলৰ সংখ্যাত কিয় পাৰ্থক্য আছে? (শিক্ষা অধ্যায় ১৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৮

  • “বুদ্ধিমত্তাৰে বন্ধু বাচনি কৰক”: (১৫ মি.) আলোচনা। সতৰ্কতাৰ উদাহৰণ আমাৰ বাবে—এক আভাস নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১৭ ¶১-১০

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৮৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক