ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১৩
  • যিহোৱাই তাড়নাৰ সময়ত সাক্ষ্য দিবলৈ সহায় কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই তাড়নাৰ সময়ত সাক্ষ্য দিবলৈ সহায় কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • আপুনি তাড়নাৰ সন্মুখীন হʼব পাৰে
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱা
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • তাড়নাৰ সত্ত্বেও আনন্দিত থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • তাড়নাত সহন কৰাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাই তাড়নাৰ সময়ত সাক্ষ্য দিবলৈ সহায় কৰিলে

বিৰোধীসকলে আমাৰ প্ৰচাৰ কাৰ্য্য বন্ধ কৰিবলৈ চেষ্টা কৰে। বিৰোধৰ সত্ত্বেও যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আনেও সত্য জানিবলৈ সুযোগ লাভ কৰিব পাৰে।

ভাই ডিমীট্ৰি মিখাইলৌবৰ লগত সাক্ষাৎকাৰ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘ভাই ডিমীট্ৰি মিখাইলৌবৰ লগত সাক্ষাৎকাৰ’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। দুজন পুলিচে ভাই ডিমীট্ৰিক ধৰি লৈ গৈছে।

    ভাই ডিমীট্ৰি মিখাইলৌবে কেনেধৰণৰ তাড়নাৰ সন্মুখীন হৈছিল?

  • ‘ভাই ডিমীট্ৰি মিখাইলৌবৰ লগত সাক্ষাৎকাৰ’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। ভাই ডিমীট্ৰিয়ে জেলত চিঠি লিখিছে। কাষতে মেজৰ ওপৰত তেওঁৰ পত্নীৰ চিঠি থোৱা আছে।

    যিহোৱাই ভাই ডিমীট্ৰিক ধৈৰ্য্য ধৰিবলৈ কেনেকৈ সহায় কৰিলে?

  • ভাই ডিমীট্ৰি জেলত থকাৰ সময়ত, যিহোৱাই কেনেকৈ আন বন্দীসকলক সাক্ষ্য দিবলৈ তেওঁক সহায় কৰিছিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক