ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১৩
  • ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • হৃদয় স্পৰ্শ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১৩

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক

যিহোৱাৰ বাক্য শক্তিশালী! (ইব্ৰী ৪:১২) ইয়াত উল্লেখ থকা কথাবোৰ, ঈশ্বৰৰ বিষয়ে নজনা লোকসকলৰো হৃদয় স্পৰ্শ কৰে। (১থিচ ১:৯, ১০; ২:১৩) যেতিয়া আমি লোকসকলক বাইবেলৰ কোনো সত্যতাৰ বিষয়ে জনাও, তেতিয়া তেওঁলোকক আনন্দিত হোৱা দেখি আমিও উৎসাহিত হওঁ।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। গ্ৰেচে এটা বাইবেল পদ পঢ়ছে আৰু নিতাই ধ্যান দি শুনিছে।

    নিতাই কেনেকৈ গ্ৰেচৰ ধ্যান ঈশ্বৰৰ বাক্যৰ ফালে আকৰ্ষিত কৰিলে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। গ্ৰেচে বাইবেল পদটো ডাঙৰকৈ পঢ়িছে।

    নিতাই গ্ৰেচক পদটো ডাঙৰকৈ কিয় পঢ়িবলৈ কৈছিল? নিতাই পদৰ মূল বিষয়টোৰ ওপৰত তাইৰ ধ্যান কেনেকৈ আকৰ্ষিত কৰিলে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। গ্ৰেচে নিতাৰ ফালে চাই মিচিকীয়াই হাঁহিছে।

    কিহে দেখুৱায় যে সেই পদটো গ্ৰেচৰ হৃদয় স্পৰ্শ কৰিলে? এয়া দেখি নিতাৰ কেনে অনুভৱ হʼল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক