ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জুলাই পৃষ্ঠা ৯
  • হৃদয় স্পৰ্শ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • হৃদয় স্পৰ্শ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জুলাই পৃষ্ঠা ৯

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

হৃদয় স্পৰ্শ কৰক

আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ আজ্ঞা পালন কৰাটো তেওঁ বিচাৰে। (হিতো ৩:১) আমি লোকসকলক এনেদৰে শিকাব লাগে, যাতে তেওঁলোকৰ হৃদয় স্পৰ্শ হয়। কিন্তু এতিয়া প্ৰশ্ন হৈছে এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

বিদ্যাৰ্থীক কেৱল শিকোৱাই যথেষ্ট নহয়। কিন্তু তেওঁ শিকা কথাবোৰ পালন কৰিলেহে যিহোৱাৰ লগত তেওঁ এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব। আমি তেওঁক বুজাব লাগিব যে যিহোৱাই যি সিদ্ধান্ত দিছে, তাৰপৰা কেনেকৈ বুজিব পাৰি যে যিহোৱা এজন প্ৰেমী ঈশ্বৰ হয় আৰু তেওঁ দিয়া সিদ্ধান্তবোৰ পালন কৰিলে আমাৰ নিজৰে লাভ হʼব। বিদ্যাৰ্থীয়ে যি শিকিছে, তাৰ বিষয়ে তেওঁ কি ভাবে, সেয়া বুজিবলৈ আমি প্ৰশ্ন সুধিব পাৰোঁ। যদি তেওঁৰ কিবা বিষয়ত ভুলধাৰণা বা বেয়া অভ্যাস আছে, তেনেহʼলে সেয়া সলনি কৰিলে কি লাভ হʼব, তাৰ বিষয়ে আমি যুক্তি দিব পাৰোঁ। যদি তেওঁ শিকা কথাবোৰ পালন কৰে, তেনেহʼলে আমি আনন্দিত হম।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক​—নিজৰ দক্ষতা উন্নতি কৰক—হৃদয় স্পৰ্শ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—হৃদয় স্পৰ্শ কৰক’ নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই বাইবেল অধ্যয়নৰ সময়ত গ্ৰেচক এটা প্ৰশ্ন সুধিছে।

    নিতাই গ্ৰেচক এইদৰে কিয় সুধিছিল “আমি যি কথা পাতিছিলোঁ, তাৰ বিষয়ে তুমি ভাবিছিলানে?”

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—হৃদয় স্পৰ্শ কৰক’ নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই বাইবেলৰপৰা যুক্তি দিছে।

    যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে কিছুমান নিয়ম দিছে বুলি নিতাই কেনেকৈ যুক্তি দিলে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—হৃদয় স্পৰ্শ কৰক’ নামৰ ভিডিঅʼখনৰ দৃশ্য। গ্ৰেচে মনোযোগেৰে নিতাৰ কথা শুনিছে।

    আমি যদি বিদ্যাৰ্থীৰ হৃদয় স্পৰ্শ কৰোঁ, তেনেহʼলে তেওঁ নিজে যিহোৱাৰ কাষ চাপিব

    যিহোৱাৰ প্ৰতি থকা গ্ৰেচৰ প্ৰেম প্ৰকাশ কৰিবলৈ নিতাই তাইক কেনেকৈ যুক্তি দিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক