ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ৭
  • প্ৰশ্ন সোধক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন সোধক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • হৃদয় স্পৰ্শ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ৭
এহাল দম্পতীয়ে ৰাজহুৱাভাৱে কাৰ্ডৰ যোগেদি সাক্ষ্য দিছে। তেওঁলোকে এজন ব্যক্তিক এখন ট্ৰেক্ট দিছে।

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

প্ৰশ্ন সোধক

যিহোৱা ‘পৰম-ধন্য ঈশ্বৰ’ হয় আৰু আমি ঘোষণা কাৰ্য্যত আনন্দ লাভ কৰাটো তেওঁ বিচাৰে। (১তীম ১:১১) যেতিয়া আমি এই কামত পাৰ্গত হʼবলৈ পৰিশ্ৰম কৰোঁ, তেতিয়া আমি আৰু বেছি আনন্দ লাভ কৰোঁ। যেনে, আমি ভাল প্ৰশ্ন সুধিবলৈ শিকোঁ আৰু লোকসকলক আগ্ৰহী কৰি তুলিব পাৰোঁ আৰু সহজে কথা-বতৰা আৰম্ভ কৰিব পাৰোঁ। আমি প্ৰশ্ন সোধাৰ যোগেদি আনক কোনো এটা বিষয়ে ভাবিবলৈ উৎসাহিত কৰিব পাৰোঁ। (মথি ২২:৪১-৪৫) প্ৰশ্ন সোধাৰ পাছত আমি তেওঁলোকৰ কথা ধ্যান দি শুনা উচিত। এইদৰে কৰাৰ যোগেদি আমি দেখুৱাও যে তেওঁলোকৰ বিশ্বাসৰ বিষয়ে আমি জানিব বিচাৰোঁ। (যাকো ১:১৯) তেওঁলোকৰ মন্তব্য শুনি, আমি জানিব পাৰোঁ যে আমি আগলৈ কি কোৱা উচিত হʼব।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—প্ৰশ্ন সোধক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—প্ৰশ্ন সোধক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। ট্ৰেইনত গ্ৰেচে এজনী বয়সস্থ তিৰোতাক নিজৰ বহা ঠাইখন দিছে।

    গ্ৰেচৰ কি ভাল গুণ আছিল?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—প্ৰশ্ন সোধক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। নিতাই হাতখন আগবঢ়াই, তাইক নিজৰ নাম কৈছে।

    নিতাই গ্ৰেচৰ প্ৰতি ব্যক্তিগত আগ্ৰহ দেখুৱাবলৈ কেনেকৈ প্ৰশ্নৰ ব্যৱহাৰ কৰিলে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—প্ৰশ্ন সোধক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। নিতাই গ্ৰেচৰ এটা প্ৰশ্নৰ উত্তৰ দিছে।

    নিতাই গ্ৰেচক আগ্ৰহী কৰি তুলিবলৈ কি প্ৰশ্ন সুধিলে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—প্ৰশ্ন সোধক’ নামৰ ভিডিঅʼখনৰ এখন দৃশ্য। গ্ৰেচে বাইবেল পদটো পঢ়াৰ পাছত, নিতাই তাইক এটা প্ৰশ্ন সুধিছে।

    নিতাই কেনেকৈ গ্ৰেচক ভাবি-চিন্তি সঠিক নিৰ্ণয় লʼবলৈ প্ৰশ্নৰ ব্যৱহাৰ কৰিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক