ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ১৬
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • হৃদয় স্পৰ্শ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ১৬

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

যিহোৱালৈ প্ৰাৰ্থনা কৰক

যিহোৱাই লোকসকলৰ হৃদয়ত সত্যৰ বীজ বঢ়ায়। (১কৰি ৩:৬-৯) যদি আমি প্ৰচাৰ কামত সফল হʼব বিচাৰোঁ, তেনেহʼলে আমি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত।

আমি আমাৰ বিদ্যাৰ্থীসকলৰ সমস্যাৰ বিষয়ে যিহোৱাক স্পষ্টকৈ জনাব পাৰোঁ। তেওঁলোকে যাতে নিৰাশ নহয়, তাৰ বাবে সহায় বিচাৰিও আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (ফিলি ১:৯, ১০) আমি সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ আৰু ভাল নিৰ্ণয় লʼবলৈ যিহোৱাৰপৰা পবিত্ৰ আত্মা বিচাৰিব পাৰোঁ। (লূক ১১:১৩) আমি বিদ্যাৰ্থীসকলক প্ৰাৰ্থনা কৰিবলৈ শিকোৱা উচিত আৰু সেইদৰে কৰি থাকিবলৈ উৎসাহিত কৰিব পাৰোঁ। বিদ্যাৰ্থীৰ লগত প্ৰাৰ্থনা কৰাৰ সময়ত আৰু ব্যক্তিগত প্ৰাৰ্থনা কৰাৰ সময়তো আমি তেওঁৰ নাম লোৱা উচিত।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—প্ৰাৰ্থনা নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নিতাই কি কি সমস্যাৰ সন্মুখীন হৈছিল?

  • নিতাই ১ কৰিন্থীয়া ৩:৬ পদটো মনত ৰাখি কি কৰিলে?

  • নিতাৰ সমস্যা কেনেকৈ সমাধান হʼল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক