ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ১৫
  • নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • বিদ্যাৰ্থীক অধ্যয়ন কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • হৃদয় স্পৰ্শ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ১৫

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক

আমি প্ৰেমৰ বাবে যিহোৱাৰ সেৱা কৰাটো তেওঁ বিচাৰে। (মথি ২২:৩৭, ৩৮) যদি বাইবেল বিদ্যাৰ্থীয়ে যিহোৱাক প্ৰেম কৰিবলৈ ধৰিব, তেতিয়া তেওঁ নিজকে পৰিৱৰ্তন কৰিবলৈ আৰু সমস্যাৰ সন্মুখীন হʼবলৈ সাহস লাভ কৰিব। (১যোহ ৫:৩) এই প্ৰেমৰ বাবে তেওঁলোকে বাপ্তিষ্মা লʼব পাৰিব।

বাইবেল বিদ্যাৰ্থীক যিহোৱাই প্ৰেম কৰে বুলি তেওঁলোকক অনুভৱ কৰাওক। কেনেকৈ বাৰু? তেওঁলোকক এইদৰে সোধক, “ইয়াৰপৰা আপুনি যিহোৱাৰ বিষয়ে কি শিকিলে?” বা “ইয়াৰপৰা যিহোৱাই আপোনাক প্ৰেম কৰে বুলি কেনেকৈ জানিব পাৰি?” যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰি আছে, সেয়া জানিবলৈ তেওঁলোকক সহায় কৰক। (২বং ১৬:৯) যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিলে, তাৰ বিষয়ে বিদ্যাৰ্থীক জনাওক। ইয়াৰ পাছত যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দি আছে, তাৰ বিষয়ে ধ্যান দিবলৈ বিদ্যাৰ্থীক উৎসাহিত কৰক। যিহোৱাই বিদ্যাৰ্থীক প্ৰেম কৰে বুলি যেতিয়া তেওঁলোকে বুজি পায় আৰু তেওঁলোকেও যিহোৱাক প্ৰেম কৰিবলৈ ধৰে আৰু তেওঁৰ লগত বন্ধুত্ব কৰিব বিচাৰে, তেতিয়া এইবোৰ দেখি আমি বহুত আনন্দিত হওঁ।

নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। গ্ৰেচে ফোনত কাৰোবাৰ লগত পাতি আছে আৰু তাই চিন্তিত আছে।

    গ্ৰেচৰ কি সমস্যা হৈছিল?

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই গ্ৰেচৰ লগত কথা পাতি আছে।

    নিতাই কেনেকৈ গ্ৰেচক সহায় কৰিলে?

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। যিহোৱাই গ্ৰেচক এতিয়ালৈকে কেনেকৈ সহায় কৰিছে তাৰ বিষয়ে তাই চিন্তা কৰিছে।

    গ্ৰেচে নিজৰ সমস্যাৰ সন্মুখীন হʼবলৈ কি কৰিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক