ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১৪
  • কেৱল এজন ব্যক্তিয়ে পৰিৱৰ্তন আনিব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কেৱল এজন ব্যক্তিয়ে পৰিৱৰ্তন আনিব পাৰেনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • “তোমাৰ . . . আধিপত্য ময়েই”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বিশ্বাসে আমাক কেনেকৈ সাহসী কৰি তুলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

কেৱল এজন ব্যক্তিয়ে পৰিৱৰ্তন আনিব পাৰেনে?

মোৱাবীয়াবিলাকে ইস্ৰায়েলীসকলক বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰিছিল (গণ ২৫:১, ২; lv ১১১-১১২ ¶১-২)

ইস্ৰায়েলীসকলে স্বাৰ্থপৰ হোৱাৰ বাবে যিহোৱাৰ বিশ্বাসী হৈ থাকিব নোৱাৰিলে। সেইবাবে যিহোৱাৰ খং উঠিল (গণ ২৫:৩-৫; lv ১১২-১১৩ ¶৪)

এজন ব্যক্তিয়ে সাহস দেখুৱাৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত হʼল (গণ ২৫:৬-১১)

এজনী ভনীয়ে নিজৰ সহপাঠীসকলক ‘জীৱনৰ আৰম্ভণি’ ব্ৰচাৰখনৰপৰা কিবা জনাইছে। এজনী ছোৱালীয়ে হাত উঠাইছে।

নিজকে সোধক, ‘মই কেনে পৰিস্থিতিত সাহস দেখুৱা উচিত, যাতে মই আনৰপৰা পৃথক হৈ থাকিব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক