ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ১২
  • যিহোৱাই অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • লেবীয়াসকলৰ কাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • অভিযোগ কৰাৰপৰা কিয় আঁতৰি থকা উচিত?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ১২
প্ৰাকৃতিক দুৰ্যোগৰ ফলত এগৰাকী তিৰোতাৰ ঘৰখন ভাঙি গৈছে। চোতালখন চাফা কৰি থকা সেই তিৰোতা গৰাকীক, দুজনী ভনীয়ে বাইবেলৰপৰা কিবা জনাইছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰিলে

মোৱাবীয়া লোকসকলে ইস্ৰায়েলীসকলৰ হানি কৰিব বিচাৰিছিল (গণ ২২:৩-৬)

যিহোৱাই নিজৰ লোকসকলৰ হানি হʼবলৈ নিদিলে (গণ ২২:১২, ৩৪, ৩৫; ২৩:১১, ১২)

যিহোৱাৰ উদ্দেশ্য পূৰ হোৱাত কোনেও বাধা দিব নোৱাৰে (গণ ২৪:১২, ১৩; bt ৫৩ ¶৫; it–২–E ২৯১)

গোটেই পৃথিৱীত শুভবাৰ্তা প্ৰচাৰ কৰাটো যিহোৱাই বিচাৰে আৰু মানুহৰ তাড়নাই হওক বা দুৰ্যোগেই হওক এই কামক কোনেও বাধা দিব নোৱাৰে। যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁনে আৰু তেওঁৰ উপাসনাক প্ৰথম স্থান দিওঁনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক