ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ১৪
  • লেবীয়াসকলৰ কাম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • লেবীয়াসকলৰ কাম
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • মন্দিৰত উপাসনাৰ বাবে এক শৃংখলাবদ্ধ ব্যৱস্থা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • “তোমাৰ . . . আধিপত্য ময়েই”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ১৪
ছবি: লেবীসকলে বেলেগ বেলেগ কাম কৰি আছে। ১. এজন লেবীয়ে পিতলৰ পাত্ৰত পানী ভৰাই আছে। ২. এজন লেবীয়ে মাটিৰ কলহৰে ভৰা এখন ঠেলাগাড়ী টানিছে। ৩. এজন লেবীয়ে কান্ধত মাটিৰ কলহ বৈ নিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

লেবীয়াসকলৰ কাম

যিহোৱাই প্ৰথমে জন্মা ইস্ৰায়েলী পুৰুষবিলাকৰ ঠাইত লেবীয়াবিলাকক লʼলে (গণ ৩:১১-১৩; it-২-E ৬৮৩ ¶৩)

লেবীয়াবিলাকক কিছুমান বিশেষ ধৰণৰ দায়িত্ব দিয়া হৈছিল (গণ ৩:২৫, ২৬, ৩১, ৩৬, ৩৭; it-২-E ২৪১)

অধিকাংশ লেবীয়াই ৩০ বছৰ বয়সৰপৰা ৫০ বছৰ বয়সলৈকে সেৱা কৰিছিল (গণ ৪:৪৬-৪৮; it-২-E ২৪১)

হাৰোণৰ পৰিয়ালৰ পুৰুষসকলক পুৰোহিত পদ দিয়া হৈছিল আৰু আন লেবীয়া ফৈদৰ লোকসকলে তেওঁলোকক সহায় কৰিছিল। ঠিক সেইদৰে বৰ্তমান সময়ত মণ্ডলীত কিছুমান ভাইয়ে ডাঙৰ দায়িত্ব পূৰ কৰে আৰু আন ভাইসকলে তেওঁলোকক সহায় কৰে।

এজন ডেকা ভাইয়ে যত্নেৰে মণ্ডলীৰ কিতাপ, পত্ৰিকাবোৰ গণনা কৰিছে। এজন বয়সস্থ ভাইয়ে তেওঁলৈ হাঁহি মূখেৰে চাইছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক