ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ২
  • মন্দিৰত উপাসনাৰ বাবে এক শৃংখলাবদ্ধ ব্যৱস্থা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মন্দিৰত উপাসনাৰ বাবে এক শৃংখলাবদ্ধ ব্যৱস্থা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • লেবীয়াসকলৰ কাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • সঠিক ন্যায় কৰাৰ সিদ্ধান্ত
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

মন্দিৰত উপাসনাৰ বাবে এক শৃংখলাবদ্ধ ব্যৱস্থা

ৰজা দায়ূদে লেবী আৰু পুৰোহিতসকলক মন্দিৰত সেৱা কৰিবলৈ বেলেগ বেলেগ সমূহত ভাগ কৰিলে (১বং ২৩:৬, ২৭, ২৮; ২৪:১, ৩; it-২-E ২৪১, ৬৮৬)

সংগীত ভালকৈ জনা আৰু নতুনকৈ সংগীত শিকাসকলক মন্দিৰত সংগীতৰ দায়িত্ব দিয়া হৈছিল (১বং ২৫:১, ৮; w৯৪-HI ৫/১ ১৬-১৭ ¶৮)

লেবীসকলক পহৰা দিবলৈ, বহুমূলীয়া বস্তু চোৱা-চিতা কৰিবলৈ আৰু আন কিছুমান দায়িত্ব দিয়া হৈছিল (১বং ২৬:১৬-২০; it-১-E ৮৯৮)

সভাৰ আগতে ভাই-ভনীসকল ৰাজ্যগৃহত। ১. তেওঁলোকে এজনে-আনজনক লগ কৰি কথা পাতি আছে। ২. এজন ভায়ে এজনী ভনীক জাননীৰ বৰ্ডত কিবা দেখুৱাই আছে। ৩. এজনী ভনীয়ে দান-পাত্ৰত দান দি আছে। ৪. এজন ভায়ে মেগাজিন কাউন্টাৰৰ পৰা এজনী ভনীক কিছুমান আলোচনী দি আছে। ৫. ষ্টেজত এজন ভায়ে মাইক ঠিক কৰি আছে। ৬. এজন ভায়ে নিজৰ সৰু লʼৰাৰ লগত চাফ-চিকুনৰ কাম কৰি আছে।

আমি শৃংখলাবদ্ধভাৱে যিহোৱাৰ উপাসনা কৰোঁ, কাৰণ তেওঁ সকলোবোৰ শৃংখলাবদ্ধভাৱে কৰে।—১কৰি ১৪:৩৩.

ধ্যানৰ বাবে প্ৰশ্ন: আজিও সত্য খ্ৰীষ্টান মণ্ডলীত সকলো কাম শৃংখলাবদ্ধভাৱে কৰা হয় বুলি কি কথাৰ পৰা জানিব পাৰি?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক