ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ২
  • ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আপোনাৰ প্ৰতিজ্ঞা পূৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • লেবীয়াসকলৰ কাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা

ঈশ্বৰে মণ্ডলীত যিসকল ভাইক নিযুক্ত কৰে, তেওঁলোকে পবিত্ৰ সেৱাত ভাল উদাহৰণ ৰাখে (গণ ৭:১০; it–১–E ৪৯৭ ¶৩)

ঈশ্বৰৰ সেৱকসকলে শৃংখলাবদ্ধভাৱে সকলো কাম কৰা উচিত (গণ ৭:১১; it–২–E ৭৯৬ ¶১)

যিহোৱাই প্ৰতিজন ব্যক্তিয়ে যিমান কৰিব পাৰে, সিমানেই আশা কৰে (গণ ৮:২৫, ২৬; w০৪ ৮/১ ২৯ ¶৬)

যিহোৱাই ইস্ৰায়েলীসকলক সংগঠিত কৰি এখন ৰাষ্ট্ৰ হিচাপে গঠন কৰিছিল। ঠিক সেইদৰে তেওঁ আজিও নিজৰ লোকসকলক সংগঠিত কৰিছে। তেওঁ কেৱল সংগঠনৰ ওপৰতেই নহয়, ব্যক্তিগতভাৱেও সকলো সেৱকৰ পৰিশ্ৰমৰ ওপৰত ধ্যান দিয়ে।

ছবি: প্ৰাচীনসকলে পবিত্ৰ সেৱাত ভাল উদাহৰণ ৰাখে। ১. এজন প্ৰাচীন আৰু এজন ডেকা ভাইয়ে ৰাজ্যগৃহৰ চকী চাফা কৰিছে। ২. এজন প্ৰাচীনে প্ৰচাৰকসকলক জনাইছে যে তেওঁলোকক কোন ঠাইত ঘৰে-ঘৰে প্ৰচাৰ কৰিব লাগিব। ৩. এজন প্ৰাচীনে, প্ৰাচীনসকলৰ মিটিঙত প্ৰাৰ্থনা কৰিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক