ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১০
  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোচূৱাৰ শেষ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১০
যিহোচূৱা আৰু আন ইস্ৰায়েলী সৈনিকসকলে সূৰ্য্যক স্থিৰে ৰাখিবলৈ যিহোৱাক কৈছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে

গিবিয়োন আৰু ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পাঁচজন ৰজাই একগোট হৈছিল (যিহো ১০:৫; it–১–E ৫০)

যিহোৱাই তেওঁলোকক পৰাজয় কৰিলে (যিহো ১০:১০, ১১; it–১–E ১০২০)

যিহোৱাই সূৰ্য্যক একে ঠাইতে স্থিৰ কৰিলে (যিহো ১০:১২-১৪; w০৫ ১/১ ৩১ ¶১)

আদালতৰ এখন জেলত এজন ভাই বন্দী আছে আৰু তেওঁৰ চেহেৰাত হাঁহি দেখিবলৈ পোৱা গৈছে।

যেতিয়া আমি তাড়নাৰ সন্মুখীন হওঁ, তেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। যিহোৱা আমাৰ লগত আছে আৰু তেওঁ আমাক বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিব। সেইবাবে, কোনো চৰকাৰে আমাক যিহোৱাৰ উপাসনা কৰিবলৈ বাধা দিব নোৱাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক