ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ২
  • যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোচূৱাৰ শেষ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ২
ছবি: ১. যাকোবে নিজৰ পুত্ৰসকলৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে। ২. প্ৰতিজ্ঞা কৰা দেশৰ এখন মানচিত্ৰত ইস্ৰায়েলৰ ১২ ফৈদে কʼত কʼত মাটিৰ ভাগ পালে দেখুওৱা হৈছে।

যাকোবে নিজৰ পুত্ৰসকলৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই

যিহোৱাই চিঠি খেলৰ যোগেদি নিৰ্দেশনাবোৰ দিছিল আৰু হয়তো তেওঁ এই উপায়েৰে কৈছিল যে প্ৰতিটো ফৈদে কʼত মাটিৰ ভাগ পাব (যিহো ১৮:১০; it-১-E ৩৫৯ ¶১)

যিহোৱাই যাকোবৰ ভৱিষ্যতবাণী মনত ৰাখি মাটি ভাগ কৰিলে (যিহো ১৯:১; it-১-E ১২০০ ¶১)

প্ৰতিটো ফৈদে কিমান মাটি পাব, তাৰ নিৰ্ণয় যিহোৱাই লোকসকলক লʼবলৈ দিলে (যিহো ১৯:৯; it-১-E ৩৫৯ ¶২)

মাটিখিনি এনেদৰে ভাগ কৰা হৈছিল, যাৰ বাবে ফৈদৰ মাজত ঈৰ্ষা বা কাজিয়াৰ সৃষ্টি নহʼল। ইয়াৰপৰা আপুনি কি শিকিলে? নতুন পৃথিৱীত যিহোৱাই আমাক যি নিদেৰ্শনা দিব, তাৰ ওপৰত আপুনি কিয় ভৰসা কৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক