ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১৪
  • এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোচূৱাৰ শেষ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক

কালেবে শক্তিশালী শত্ৰুসকলক দূৰ কৰি নিজৰ উত্তৰাধিকাৰক ৰক্ষা কৰিলে (যিহো ১৫:১৪; it–১–E ১০৮৩ ¶৩)

কিছুমান ইস্ৰায়েলীয়ে উত্তৰাধিকাৰত পোৱা মাটিক মিছা উপাসকসকলৰপৰা ৰক্ষা কৰা নাছিল (যিহো ১৬:১০; it–১–E ৮৪৮)

নিজৰ উত্তৰাধিকাৰক ৰক্ষা কৰিব বিচৰা লোকসকলক যিহোৱাই সহায় কৰিছিল (দ্বিতী ২০:১-৪; যিহো ১৭:১৭, ১৮; it–১–E ৪০২ ¶৩)

যিহোৱাই আমাক উত্তৰাধিকাৰ হিচাপে অনন্ত জীৱন দিবলৈ প্ৰতিজ্ঞা কৰিছে। আমি বাইবেল অধ্যয়ন, প্ৰাৰ্থনা, প্ৰচাৰ আৰু সভাত উপস্থিত হোৱাৰ যোগেদি নিজকে মজবুত কৰিব পাৰোঁ। এইদৰে কৰিলে আমি নিজৰ উত্তৰাধিকাৰক ৰক্ষা কৰিব পাৰিম।

এজন পিতৃয়ে নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ লগত পাৰিবাৰিক উপাসনা কৰিছে।

নিজকে সোধক, ‘নিজৰ উত্তৰাধিকাৰক ৰক্ষা কৰিবলৈ মই কি কৰিছোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক