ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ৪
  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে

আমি যিহোৱাৰ সকলো নিয়ম পালন কৰা উচিত (লেবী ২০:২২, ২৩; w০৪ ১১/১ ১০–১১ ¶১২)

যিহোৱাই এটা উত্তৰাধিকাৰ দিবলৈ প্ৰতিজ্ঞা কৰিছে (লেবী ২০:২৪; it–১–E ১১৯৯)

যিহোৱাই তেওঁৰ লোকসকলৰ উপাসনা শুদ্ধ হোৱাটো বিচাৰে (লেবী ২০:২৫, ২৬; it–১–E ৩১৭ ¶২)

যিসকল লোকে যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখে, তেওঁলোকক তেওঁ আশীৰ্বাদ দিয়ে। যদি আমি যিহোৱাৰ আশীৰ্বাদ আমাৰ ওপৰত থকাটো বিচাৰোঁ, তেনেহʼলে আমি জগত আৰু তাৰ দুষ্ট কাৰ্য্যবোৰৰপৰা আঁতৰি থকা উচিত।

চিকিৎসালয় সংযোগ কমিটিৰ এজন ভাইয়ে ডাক্টৰক এখন কাগজ দিছে, যʼত সাক্ষীসকলৰ চিকিৎসা সম্বন্ধে কিছুমান তথ্য দিয়া আছে।

নিজকে সোধক, ‘যিহোৱাই মোৰ বাবে অসন্তুষ্ট নহয়টো বিচাৰোঁ, তেনেহʼলে মই কেনেধৰণৰ চিকিৎসা কৰাৰপৰা আঁতৰি থকা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক