ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ১০
  • যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • সন্তুষ্ট আৰু মৰ্য্যদাত থকাটো কিয় গুৰুত্বপূৰ্ণ?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ইস্ৰায়েলীসকলৰ উৎসৱৰপৰা লাভ কৰা শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইস্ৰায়েলত যোবেল বছৰ আৰু ভৱিষ্যতৰ মুক্তি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?

প্ৰতিমাবিলাক দূৰ কৰক (লেবী ২৬:১; w০৮–HI ৪/১৫ ৪ ¶৮)

যিহোৱাই কোৱাৰ দৰে, তেওঁৰ উপাসনা কৰক (লেবী ২৬:২; it–১–E ২২৩ ¶৩)

তেওঁৰ আজ্ঞা পালন কৰক (লেবী ২৬:৩, ১২; w৯২–HI ১/১ ২০ ¶১০)

যিহোৱাৰ আজ্ঞা পালন কৰা আৰু তেওঁৰ লগত ভাল সম্পৰ্ক বজাই ৰখা ইস্ৰায়েলীসকলে বহুতো আশীৰ্বাদ লাভ কৰিলে।

এহাল বিবাহিত দম্পত্তিয়ে আনন্দেৰে কাৰ্টৰ যোগেদি ঘোষণা কাৰ্য্য কৰিছে। বাটৰুৱাসকলে সা-সামগ্ৰী কিনিছে, দামী গাড়ীত ফুৰিছে।

যিহোৱাৰ আশীৰ্বাদৰপৰা আপুনি কি কি লাভ কৰিছে?

  • বাইবেলৰ সঠিক জ্ঞান

  • মনৰ শান্তি

  • সুখী পৰিয়াল

  • নতুন পৃথিৱীত জীয়াই থকাৰ আশা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক