ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • সন্তুষ্ট আৰু মৰ্য্যদাত থকাটো কিয় গুৰুত্বপূৰ্ণ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সন্তুষ্ট আৰু মৰ্য্যদাত থকাটো কিয় গুৰুত্বপূৰ্ণ?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ‘তাতে মই প্ৰাৰ্থনা কৰিলোঁ’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • বাইবেলত কাহিনী নহয়, সঁচা ঘটনাবোৰ লিখা আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • অহংকাৰ কৰাৰ পৰিৱৰ্তে নম্ৰ হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সন্তুষ্ট আৰু মৰ্য্যদাত থকাটো কিয় গুৰুত্বপূৰ্ণ?

যাৰবিয়ামৰ পৰা উপহাৰ লʼবলৈ ঈশ্বৰৰ ভৱিষ্যতবক্তাই মানা কৰিলে (১ৰাজা ১৩:৭-১০; w০৮-HI ৮/১৫ ৮ ¶৪)

সেই ভৱিষ্যতবক্তাজনে পাছত যিহোৱাই দিয়া আজ্ঞা পালন নকৰিলে (১ৰাজা ১৩:১৪-১৯; w০৮-HI ৮/১৫ ১১ ¶১৫)

আজ্ঞা পালন নকৰাৰ বাবে সেই ভৱিষ্যতবক্তাজনৰ মৃত্যু হʼল (১ৰাজা ১৩:২০-২২; w০৮-HI ৮/১৫ ৯ ¶১০)

মাক-দেউতাকে ঘৰৰ খৰচ-পাতিৰ বিষয়ে কথা পাতি আছে আৰু লʼৰা-ছোৱালীয়ে বাগিচাত খেলি আছে।

যদি আমি সন্তুষ্ট হৈ থাকোঁ আৰু নিৰ্ণয় লোৱাৰ সময়ত যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেনেহʼলে আমি বহুতো সমস্যাৰ পৰা বাচি থাকিব পাৰিম।—১তীম ৬:৮-১০.

নিজকে সোধক: ‘মই প্ৰয়োজনীয় বস্তুবোৰতে সন্তুষ্ট আছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? নিৰ্ণয় লোৱাৰ সময়ত মই মৰ্য্যদাৰ গুণ কেনেকৈ দেখুৱাব পাৰোঁ?’—হিতো ৩:৫; ১১:২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক