ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ৬
  • ‘তাতে মই প্ৰাৰ্থনা কৰিলোঁ’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘তাতে মই প্ৰাৰ্থনা কৰিলোঁ’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • নহিমিয়াই সেৱা কৰোৱাৰ পৰিৱৰ্তে সেৱা কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিৰূচালেমৰ দেৱাল
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিৰূচালেমৰ দেৱাল
    বাইবেলৰ কাহিনী
  • সন্তুষ্ট আৰু মৰ্য্যদাত থকাটো কিয় গুৰুত্বপূৰ্ণ?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

‘তাতে মই প্ৰাৰ্থনা কৰিলোঁ’

[নহিমিয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

নহিমিয়াই ৰজাক উত্তৰ দিয়াৰ আগতে প্ৰাৰ্থনা কৰিলে(নহি ২:২-৪; w০৮-HI ২/১৫ ৩ ¶৫)

ৰজাই নহিমিয়াৰ নিবেদন পূৰ কৰিলে (নহি ২:৫, ৬)

এজন ডেকা সাক্ষীয়ে নিজৰ বিশ্বাসৰ বিষয়ে সন্মানেৰে নিজৰ শিক্ষকক বুজাই আছে। তেওঁৰ ক্লাছত সমকামীতা লোকসকলৰ বহুতো ৰং থকা পতাকা আছে।

ধ্যানৰ বাবে প্ৰশ্ন: হঠাতে যদি কোনোবাই আমাক নিজৰ বিশ্বাসৰ বিষয়ে কিবা বুজাবলৈ কয়, তেনেহʼলে আমি কি কৰিব পাৰোঁ?—be-HI ১৭৮ ¶১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক