ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ৮
  • ইস্ৰায়েলত যোবেল বছৰ আৰু ভৱিষ্যতৰ মুক্তি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইস্ৰায়েলত যোবেল বছৰ আৰু ভৱিষ্যতৰ মুক্তি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ৮

যোবেল বছৰত ইস্ৰায়েলীসকলে দাসত্বৰপৰা মুকলি হৈ, নিজৰ ঘৰলৈ উভতি আহিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ইস্ৰায়েলত যোবেল বছৰ আৰু ভৱিষ্যতৰ মুক্তি

যোবেল বছৰৰ ব্যৱস্থাৰ বাবে ইস্ৰায়েলত কোনেও সদায় কালৰ বাবে ধাৰুৱা বা দুখীয়া হৈ থাকিব লগীয়া নহৈছিল (লেবী ২৫:১০; w১৯.১২–HI ৮ ¶৩; বেটুপাতৰ ছবিখন চাওক)

ইস্ৰায়েলত মাটি বিক্ৰী কৰাৰ অৰ্থ আছিল পট্টা দিয়া। এজন ইস্ৰায়েলীৰ মাটিত যোবেল বছৰলৈকে যিমান শস্য উৎপন্ন হʼব, সেই শস্যৰ সমমূল্যত ব্যক্তিজনে আন কাৰোবাক নিজৰ মাটি পট্টাত দিব পাৰিছিল (লেবী ২৫:১৫; it-১-E ১২০০ ¶২)

যোবেল বছৰৰ বিষয়ে যিহোৱাই দিয়া নিয়মবোৰ তেওঁৰ লোকসকলে পালন কৰাৰ বাবে, যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিলে (লেবী ২৫:১৮-২২; it-২-E ১২২-১২৩)

অতি সোনকালে যিহোৱাৰ বিশ্বাসী লোকসকলে আন এক প্ৰকাৰৰ মুক্তি লাভ কৰিব। তেওঁলোকে পাপ আৰু মৃত্যুৰপৰা মুক্তি লাভ কৰিব।—ৰোম ৮:২১.

ছবি: লোকসকলে পৃথিৱীখনক প্ৰমোদবনলৈ পৰিণত কৰিছে। ১. ধ্বংসাৱশেষ চাফা কৰিছে। ২. ঘৰ আৰু ৰাস্তা বনাইছে। ৩. বাগিচা লগাইছে।

যিহোৱাই কৰা উদ্ধাৰৰ প্ৰতিজ্ঞাৰপৰা লাভৱান হʼবলৈ আমি কি কৰা উচিত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক