ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ৩
  • আপোনাৰ প্ৰতিজ্ঞা পূৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ প্ৰতিজ্ঞা পূৰ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাৰ বিশ্বাসী সেৱকে নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • লেবীয়াসকলৰ কাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

আপোনাৰ প্ৰতিজ্ঞা পূৰ কৰক

ইস্ৰায়েলীসকলে যি সংকল্প বা প্ৰতিজ্ঞা কৰিছিল, সেয়া পূৰ কৰাটো আৱশ্যক আছিল (গণ ৩০:২; it-২-E ১১৬২)

নিষেধ নকৰা কামবোৰৰপৰাও আঁতৰি থাকিবলৈ তেওঁলোকে প্ৰতিজ্ঞা কৰিব পাৰিছিল (গণ ৩০:৩, ৪; it-২-E ১১৬২)

যিহোৱাই নিজৰ উপাসকসকলৰ ব্যক্তিগত প্ৰতিজ্ঞাৰ ওপৰতো ধ্যান দিয়ে (গণ ৩০:৬-৯; w০৪ ৮/১ ৩১ ¶৪)

খ্ৰীষ্টানসকলৰ বাবে দুটা প্ৰতিজ্ঞা অতি গুৰুত্বপূৰ্ণ। প্ৰথমটো হৈছে সমৰ্পণৰ প্ৰতিজ্ঞা আৰু দ্বিতীয়টো হৈছে বিবাহৰ প্ৰতিজ্ঞা।

ছবি: লোকসকলে প্ৰতিজ্ঞা কৰিছে। ১. এগৰাকী যুৱতীয়ে প্ৰাৰ্থনা কৰিছে। ২. এহাল দম্পতীয়ে তেওঁলোকৰ বিবাহ অনুষ্ঠানত এজনে-আনজনক আঙুঠি পিন্ধাইছে।

নিজকে সোধক, ‘মই যি প্ৰতিজ্ঞা কৰিছোঁ, সেয়া পূৰ কৰিছোঁনে?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক