ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
অভিযোগ কৰাৰপৰা কিয় আঁতৰি থকা উচিত?
অভিযোগ কৰি থকাটো যিহোৱাই ভাল নাপায় (গণ ১১:১; w০১–HI ৬/১৫ ১৭ ¶২০)
অভিযোগ কৰোঁতা ব্যক্তিয়ে সদায় কেৱল নিজৰ বিষয়ে চিন্তা কৰে আৰু তেওঁৰ ওচৰত যি আছে তাক মূল্যাংকন নকৰে (গণ ১১:৪-৬; w০৬–HI ৮/১ ৮ ¶৭)
অভিযোগ কৰা ব্যক্তিয়ে আনক নিৰুৎসাহ কৰিব পাৰে (গণ ১১:১০-১৫; it–২–E ৭১৯ ¶৪)
অৰণ্যত ইস্ৰায়েলীসকলৰ জীৱন ইমান সহজ নাছিল। তথাপি তেওঁলোকে বহুতো কথাৰ বাবে কৃতজ্ঞ হʼব পাৰিলেহেঁতেন। যদি আমি যিহোৱাই দিয়া আশীৰ্বাদৰ বিষয়ে ধ্যান কৰোঁ, তেনেহʼলে আমি অভিযোগ কৰাৰপৰা আঁতৰি থাকিব পাৰিম।